Investigative reporting with dedication.

ভুৱা এনকাউন্টাৰক লৈ উত্তাল হৈ পৰিছিল বড়োভূমি। উল্লেখযোগ্য যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এনকাউন্টাৰ কৰি হত্যা কৰিছিল দুজন যুৱকক আৰু এতিয়া এই ঘটনাৰ তদন্তৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনকাউন্টাৰত নিহত হৈছিল জংচাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম।জংচাৰ আৰু জনক কুমাৰৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা সাহায্য আগবঢ়াব বুলি ঘোষণা কৰে BTR প্ৰধান প্ৰমোদ বড়োয়ে । আৰ্থিক সাহায্যৰ লগতে চৰকাৰী নিযুক্তি পোৱাৰো সম্ভাৱনা আছে।




