সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰতিৰক্ষা বিভাগত ভাৰতৰ নতুন সংযোজনঃ ভয়ত কঁপিছে শত্ৰু ৰাষ্ট্ৰ

আন্তৰ্জাতিক স্তৰত ভাৰতৰ প্ৰতিৰক্ষা বিভাগ তথা সেনাবাহিনীৰ স্থান যথেষ্ট উচ্চ মানদণ্ডৰ। কিন্তু ইয়াৰ মাজতে দেশৰ প্ৰতিৰক্ষা বিভাগত ঘটোৱা হৈছে নতুন সংযোজন। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনাৰ আৰ্মৰ্ড ব্ৰিগেডক আৰু অধিক শক্তিশালী তথা মাৰাত্মক কৰি…

সূদীৰ্ঘ এটা বছৰৰ অন্তত দাড়ি-চুলি কাটি আমেৰিকাত উপস্থিত হ’ল মোডীঃ কিন্তু কিয়?

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনক সাক্ষাতৰ উদ্দেশ্যেৰে আমেৰিকাত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দাড়ি-চুলি কাটি নতুন লুকত আমেৰিকাত অৱতৰণ কৰিছে মোডীয়ে। নৰেন্দ্ৰ মোডীৰ নতুন লুকক লৈ এতিয়া চৰ্চা চলিছে ছছিয়েল মিডিয়াত। বিগত এবছৰ…

ছিপাঝাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদঃ কি কলে ভূপেন বৰাই?

কালি ছিপাঝাৰত চৰকাৰে চলোৱা উচ্ছেদ অভিযানত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা আৰু আতংকৰ । উচ্ছেদৰ বিৰোধীতাৰে প্ৰতিবাদত বহিছিল উচ্ছেদিত জনতা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিৰ ফলত ২ জনকৈ অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে আৰক্ষী সহ ৯ জনকৈ লোক…

দৰঙত আজি নচলে উচ্ছেদ অভিযানঃ কিন্তু কিয়?

দৰঙৰ গৰুখুঁটিৰ উচ্ছেদস্থলীত এতিয়াও তীব্ৰ উত্তেজনা অব্যাহত আছে।গৰুখুঁটিত আজি নচলে উচ্ছেদ অভিযান।গৰুখুঁটিৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনীৰ ৩২টা কোম্পানী অনাৰ ব্যৱস্থা কৰা হৈছে। গুজৰাটৰ পৰা আহি আছে ২১টা কোম্পানী আৰু অৰুণাচল…

অৱশেষত গ্ৰেপ্তাৰ হ’ল উচ্ছেদ অভিযানত সন্ত্ৰাস সৃষ্টিকাৰী ফটোগ্ৰাফাৰ বিজয় বনিয়া

অৱশেষত গ্ৰেপ্তাৰ হল দৰং জিলাৰ ঢলপুৰৰ উচ্ছেদ অভিযানত সন্ত্ৰাস সৃষ্টি কৰা ফটোগ্ৰাফাৰ বিজয় বনিয়া । বৰ্তমান CID ৰ জিম্মাত আছে বিজয় বনিয়া । গুলিবিদ্ধ এজন ব্যক্তিৰ ওপৰত বিজই বনিয়াই চলাইছিল অমানুষিক আক্ৰমণ । আক্ৰমণৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই…

পেগাচাছ বিতৰ্কঃ চৰকাৰৰ চোৰাংচোৱাগিৰিৰ বিৰুদ্ধে কি ক’লে উচ্চতম ন্যায়ালয়ে?

দেশত এতিয়াও অব্যাহত আছে পেগাচাছ বিতৰ্ক। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন সাপেক্ষে কোনো বহিৰাগত কোম্পানীয়ে ভাৰতৰ ৰাজনৈতিক নেতা তথা ব্যৱসায়ী আৰু সাংবাদিকক চোৰাংচোৱাগিৰি কৰি থকা বুলি অভিযোগ উত্থাপিত হৈছিল। বহুতৰে গোপন তথ্য অনাসয়ে কোনো…

Just in-ছিপাঝাৰৰ গৰুখুটিত গুলীচালনাঃ আৰক্ষী সহ আহত ৯-নিহত ২

ছিপাঝাৰত প্ৰশাসনে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান। কিন্তু আজি স্থানীয় জনতাই প্ৰশাসনক বাধা দিয়াৰ চেষ্টা কৰাৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা। ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হ'ল আৰক্ষী। আমাৰ হাতত আহি পৰা…

ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদ মেলঃ এতিয়াৰে পৰা নিয়মানুৱৰ্তীতা আৰু অনুশাসনক লৈ কঠোৰ হব কংগ্ৰেছ

এতিয়াৰে পৰা নিয়মানুৱৰ্তীতা আৰু অনুশাসনক লৈ কঠোৰ হব কংগ্ৰেছ নেতৃত্ব। ইয়াকে লৈ আজি ৰাজীৱ ভৱনত এখন সংবাদ মেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছে। ১৫খন জিলাৰ ২১২ জনকৈ কংগ্ৰেছ কৰ্ম-কৰ্তাৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। আনকি এই তালিকাত…

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত মন্ত্ৰী ৰঞ্জিত দাসৰ নৃত্য

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ব্যতিক্ৰমী ৰূপত দেখা গল যোগান মন্ত্ৰী ৰঞ্জিত দাসক।কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনা পৰম্পৰাগত সাজপাৰ পৰিধান কৰি থিয়নামত আত্মহাৰা মন্ত্ৰী জন। উল্লেখযোগ্য যে জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ…

১ অক্টোবৰৰ পৰা আৰম্ভ নৱম শ্ৰেণীৰ পাঠদান

⚫ ৰাজ্যত ১ অক্টোবৰৰ পৰা আৰম্ভ হব নৱম শ্ৰেণীৰ নিয়মীয়া পাঠদান । ⚫ কিছুদিন পাছতেই আৰম্ভ হ'ব একাদশ শ্ৰেণীৰ পাঠদানো। ⚫ শিক্ষা বিভাগৰ এই জাননীক লৈ এতিয়া ব্যাপক উচ্চাহ ৰাজ্যৰ শিক্ষাৰ্থী সকলৰ মাজত