সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিমাতীঘাট কাণ্ডৰ লগত জড়িত ৭ জন কৰ্মচাৰীক নিলম্বন

⚫ ৰাজ্য কঁপাই যোৱা নিমাতীঘাট দুৰ্ঘটনাৰ নতুন মোৰ ⚫ নিলম্বন আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৭ জন কৰ্মচাৰীক ⚫ কৰ্মচাৰী কেইজন ক্ৰমে ধনবৰ দাস, বিজু দাস, যোগেন দত্ত, প্ৰদীপ বৰবৰা,বিনোদ বৰুৱা বাবুল নেওঁগ আৰু জয়ন্ত দাস

জম্মু-কাশ্মীৰত পুনৰ সংঘৰ্ষঃ সেনাৰ গুলীত নিহত সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত পুনৰ ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘাত। শ্বপিয়ান জিলাৰ ৰাহামা গাঁৱত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছত পুৱতি নিশা অঞ্চলটোত অভিযান চলাবলৈ আহিছিল ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনী। সম্পূৰ্ণ অঞ্চলটো ঘেৰি ধৰি…

পুনৰ ভূইকঁপে জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল

⚫ ভূইকঁপে জোকাৰি গ'ল উত্তৰ-পূৰ্বাঞ্চল ⚫ পুৱা ৯.১৯ বজাত অনুভূত জোকাৰণি ⚫ ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৪.৩ ⚫ অৰুণাচল প্ৰদেশৰ পানগিনৰৰ পৰা প্ৰায় ১৮৯ কি: মি: নিলগত ভূমিকম্পৰ অভিকেন্দ্ৰ ⚫ ভূমিকম্পতোৰ উৎপত্তিস্থল ভূ-পৃষ্ঠৰ পৰা…

মহাকাশত দৃশ্যমান ঈশ্বৰৰ হাতঃ কি ক’লে নাছা(NASA)ই?

মহাকাশ সংস্থা নাছাই শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰিছে যিখন ফটোৱে এতিয়া আচৰিত কৰিছে সকলোকে। মানুহৰ বিশালকায় হাত এখনৰ দৰে এই ফটোখনে যথেষ্ট চৰ্চা লাভ কৰিছিল সামাজিক মাধ্যমত। বহুতে ইয়াক অলৌকিক শক্তি বুলিও অভিহিত কৰিছে। কিন্তু ফটোখনত দেখা যোৱা…

শ্বেৰমান আলীক তিনি দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী কংগ্ৰেছৰ

শ্বহীদ সম্পৰ্কে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে কৰা বিৰূপ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যত। শ্বেৰমান আলীৰ দায়িত্বজ্ঞানহীন অবিবেচক মন্তব্যই এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যৰ ফলস্বৰূপে…

আজি অসম আৰক্ষী দিৱসঃ কিন্তু কিয় পালন কৰা হয় এই দিৱস?

আজি অসম আৰক্ষী দিৱস। অসমৰ আইন-শৃংখলা আৰু প্ৰশাসনিক দিশটোৰ বাবে এটা বিশেষ দিন। অইন বাৰৰ দৰে এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে ৭১ সংখ্যক অসম আৰক্ষী দিৱস। প্ৰতি বছৰৰ অক্টোবৰ মাহৰ পহিলা দিনটোতে পালন কৰা হয় এই দিৱস। কিন্তু পহিলা…

কাইলৈৰ পৰা গুৱাহাটীত নচলিব অ’লা-উবেৰ(Ola-Uber)

বহিৰাগত অ'লা-উবেৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ গুৱাহাটীৰ কেব ড্ৰাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেব মজদুৰ সংঘ। পহিলা অক্টোবৰৰ পৰা যৌথভাৱে সংগঠন দুটাই সম্পূৰ্ণ বৰ্জন কৰিব অ'লা- উবেৰ সেৱা। যাত্ৰীৰ সুবিধাৰ বাবে বিকল্প হিচাপে স্থানীয়…

কেনেকৈ বিশ্ব যুদ্ধৰ সময়তে মাটিত পুতি থোৱা বোমা বিস্ফোৰিত হৈ মণিপুৰত প্ৰাণ গৈছিল দুজনৰ?

মণিপুৰৰ সীমান্ত চহৰ ম’ৰেত বুধবাৰে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তে মাটিত পুতি থোৱা বুলি সন্দেহ হোৱা এটা বোমা বিস্ফোৰণ হৈ দুজন লোক নিহত হয় । জানিব পৰা মতে দুই ককাই-ভাই ২২ বছৰীয়া লিয়েঙখগিন গাংতে আৰু ২৪ বছৰীয়া লালচাংমৌন গাংতেই বুধবাৰে আবেলি লাংখীচই…

ৰাজ্যত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য- কোন জিলাত কিমান মূল্য সবিশেষ

⚫ তেলৰ মূল্যই জ্বলা-কলা খুৱাইছে জনসাধাৰণক ⚫ ৰাজ্যত আজি পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য ⚫ আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰ'লত ২৫ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৩২ পইচা পৰ্যন্ত বৃদ্ধি পায় ⚫ গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ…

ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কি কি বিশেষ ঘোষণা

⚫ ধেমাজিত ৰাজ্য চৰকাৰ কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল। ⚫ ধেমাজি জিলালৈ ৰাজ্য চৰকাৰৰ ৪৩৩ কোটি টকাৰ অনুমোদন আৰু বান নিয়ন্ত্ৰনৰ বাবে ১৫০ কোটি টকা ধাৰ্য। ⚫ ৰাজ্য চৰকাৰৰ প্ৰত্যেকখন কেবিনেট বৈঠক তিনিদিনীয়া প্ৰক্ৰিয়াৰে অনুষ্ঠিত…