সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আজিৰ দিনটোতেই শ্বহীদ হৈছিল মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকঃ কিন্তু কেনেকৈ?

"...মঙলদৈৰ সোণটি বাচাহে ধনটি মোজাম্মিল মোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল মঙলদৈ তোমাৰ নাম হওক মংগল তোমাৰ৷..." (ড° ভূপেন হাজৰিকা) আমি সকলোৱে জানো যে অসমত ১৯৭২ চনত যি মাধ্যম আন্দোলন আৰম্ভ হৈছিল এই আন্দোলনৰ প্রভাৱ দৰঙৰ মঙলদৈতো পৰিল৷…

‘এতিয়াও সময় আছে ভেকচিন লওক, নহ’লে পূজা চাব নোৱাৰিব’: মুখ্যমন্ত্ৰী

◆ ৰাজ্যত অনুষ্ঠিত হ'ব লগা দুৰ্গা পূজা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য ◆ সকলো ব্যক্তিকে পূজাৰ পূৰ্বে ভেকচিন ল'বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ◆ কেৱল ভেকচিন লোৱা লোককহে পূজা চাবলৈ অনুমতি প্ৰদান কৰা হব ◆ পূজা কমিতিসমূহে…

কাইলৈ মহালয়া,মৰ্ত্যলৈ নামিব দুৰ্গতি নাশিনী মা দুৰ্গা

কাইলৈ মহালয়া। মৰ্ত্যলৈ নামিব দুৰ্গতি নাশিনী মা দুৰ্গা। চলিত অক্টোবৰ মাহৰ ১২ তাৰিখৰ পৰা ১৫ তাৰিখলৈ শাৰদীয় দুৰ্গা পূজা। দুৰ্গোৎসৱ উদযাপনৰ বাবে সাজু ৰাজ্যবাসী। এইবাৰ দেৱী ঘোঁৰাত আগমন হৈ গমন কৰিব দোলাত। যিহেতু যোৱা বৰ্ষত ক'ভিডৰ বাবে ম্লান…

দুৰ্নীতি গোচৰত গ্ৰেপ্তাৰ DIG ৰৌনক আলী হাজৰিকা

◆ DIG ৰৌনক আলী হাজৰিকাক গ্ৰেপ্তাৰ ◆ আয়তকৈ অধিক সম্পত্তিৰ অভিযোগ IPS বিষয়াগৰাকীৰ বিৰুদ্ধে ◆ হেঙেৰাবাৰী বাসগৃহৰ পৰা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছে নিলম্বিত DIG জনক ◆ SP ৰজি কলিতাৰ নেতৃত্বত এটা বৃহৎ দলে চলাইছিল অভিযান

বাছৰ ভাৰা বৃদ্ধি কৰিলে বাতিল হ’ব বাহনৰ অনুজ্ঞা-পত্ৰ

কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ। এতিয়াৰ পৰা যাত্ৰীবাহী বাছে নিজ ইচ্ছা অনুসৰি বৃদ্ধি কৰিব নোৱাৰিব বাছৰ ভাৰা। বাছৰ ভাৰা বৃদ্ধি কৰিলেই বাতিল হ'ব অনুজ্ঞা-পত্ৰ । এই সম্পৰ্কে পৰিবহণ বিভাগক অনুসন্ধান চলাবলৈ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰ পৰিবহণ মন্ত্ৰী…

উজ্জ্বল দিপ্লু গগৈৰ ‘দ্য টপ গিয়েৰ’ উন্মোচন

ছচিয়েল মিডিয়াত মটৰ চাইকেলেৰে দুৰ্গম ঠাইলৈ কৰা দুঃসাহসিক যাত্ৰাৰ ৰোমাঞ্চকৰ কাহিনী লিখি চৰ্চিত হোৱা উজ্জ্বল দিপ্লু গগৈৰ 'দ্য টপ গিয়েৰ' শীৰ্ষক গ্ৰন্থখন আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এ টি প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে…

গোসাঁইগাঁও, তামুলপুৰ আৰু থাওৰা সমষ্টিত উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে

ৰাজ্যত সমাগত বিধানসভাৰ উপ নিৰ্বাচন। প্ৰাৰ্থী নিৰ্বাচন তথা প্ৰচাৰক কেন্দ্ৰ কৰি ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকল। ইয়াৰ মাজতে আজি ৰাজ্যৰ গোসাঁইগাঁও, তামুলপুৰ আৰু থাওৰা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে কংগ্ৰেছে। ছোনিয়া…

কিহৰ বাবে দুখীয়া হ’ল ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গ?

ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গৰ ব্যক্তিগত সম্পত্তি কেইঘণ্টামানৰ ভিতৰতে ৭ বিলিয়ন ডলাৰতকৈও অধিক হ্ৰাস পাইছে। যাৰ ফলত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত মাৰ্কৰ স্থান এক হ্ৰাস পাইছে। এজন হুইচব্ল'লাৰ আগবাঢ়ি অহাৰ পিছত আৰু বিভ্ৰাটে…

বিজেপিয়ে গণতন্ত্ৰক বিশ্বাস নকৰে-বিজেপিয়ে কেৱল স্বেচ্ছাচাৰী শাসন চলাব জানেঃ মমতা বেনাৰ্জী

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ হিংসাত্মক ঘটনাৰ পিছত দেশত এতিয়াও মাৰ যোৱা নাই ৰাজনৈতিক উত্তেজনা। আনকি এই হিংসাত্মক ঘটনাৰ বাবে বহু লোকে পোনপটীয়াকৈ যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰখনক দোষাৰোপ কৰিছে। ইয়াৰ মাজতে বিজেপি দলৰ বিৰুদ্ধে সৰৱ হৈ…

গৰুখুঁটিৰ ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গৰুখুঁটিৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়াকৈ গোচৰ। ৬/২২১ নম্বৰত পঞ্জীয়ন গোচৰ। এই সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰু ৰাজ্য চৰকাৰে ৭ অক্টোবৰলৈ উত্তৰ দিয়াৰ সময় ললে উচ্চ ন্যায়ালয়ৰ পৰা। অসম নাগৰিক…