দুৰ্নীতি গোচৰত গ্ৰেপ্তাৰ DIG ৰৌনক আলী হাজৰিকা

◆ DIG ৰৌনক আলী হাজৰিকাক গ্ৰেপ্তাৰ

◆ আয়তকৈ অধিক সম্পত্তিৰ অভিযোগ IPS বিষয়াগৰাকীৰ বিৰুদ্ধে

◆ হেঙেৰাবাৰী বাসগৃহৰ পৰা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছে নিলম্বিত DIG জনক

◆ SP ৰজি কলিতাৰ নেতৃত্বত এটা বৃহৎ দলে চলাইছিল অভিযান

Leave a Reply

Your email address will not be published. Required fields are marked *