৯ মাহত বৃদ্ধি ৩৮ কোটি টকা; কেনেকৈ বাঢ়িল Bhagadatta Flyover ৰ নিৰ্মাণব্যয়?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগত এতিয়া ঠিকাদাৰৰ কথাই শেষ সিদ্ধান্ত৷ এই কথা পুনৰ এবাৰ উন্মোচিত হৈছে গুৱাহাটীৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতু (Bhagadatta Flyover)ৰ ক্ষেত্ৰত। ‘কীকী’ৰ দৰে ঠিকাদাৰক ৰঙা দলিচা পাৰি আদৰণি জনোৱা লোকনিৰ্মাণ বিভাগত এগৰাকী যুৱতী অভিযন্তাৰ…

Toll Tax at Toll Gates: অসমৰ ৯ খন টোলগেটৰ পৰা সংগ্ৰহ ১,৯৯৭ কোটি

এফালে পথৰ দুৰৱস্থা , আনফালে Toll Gates ত জনতাক টোল কৰেৰে মাধমাৰ। তেনেকৈয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক। অস্বাভাৱিক হাৰত অসমত বৃদ্ধি হৈছে টোল কৰ সংগ্ৰহ। মুঠতে কেৱল কৰ আৰু কৰৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে সাধাৰণ জনতা ৷ জি এছ টিৰ…

অনিল কুমাৰ শর্মাৰ প্ৰতিষ্ঠানক ৰক্ষণাবেক্ষণৰ আঁৰত কোন? সন্দেহৰ আৱর্তত প্ৰদূষণ নিয়ন্ত্ৰণ ব’র্ড

গৌতম প্ৰতিম গগৈ গুৱাহাটীত আইন আৰু পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰে চলা নির্মাণ প্ৰকল্পক লৈ উদ্বিগ্ন ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ৷ সেউজ ন্যায়াধীকৰণৰ কঠোৰতাৰ পাছতেই গুৱাহাটীত আইন উলংঘাৰে চলা নির্মাণ কার্যক লৈ তৎপৰ হৈছে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ…

World’s largest dam on Brahmaputra: ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ বান্ধৰ নিৰ্মাণকাৰ্য

বৰলুইতক ভেটিবলৈ আৰম্ভ কৰিলে ৰঙা চীনে। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য (World’s largest dam on Brahmaputra)। তিব্বতত নদীবান্ধ নিৰ্মাণত শংকিত অৰুণাচল, অসম, বাংলাদেশ। ব্ৰহ্মপুত্ৰক লৈ চীনৰ ভাবুকি এতিয়া বাস্তৱত পৰিণত হোৱাৰ দিশে। কিয়নো ৰঙাচীনে বৃহত…

ঠিকাদাৰ-বিল্ডাৰৰ সৈতে গোপন নেক্সাচ নেকি আমোলা-বিষয়াৰ? কোনে সুৰক্ষা দিছে বিল্ডাৰ অনিল কুমাৰ শর্মাৰ প্ৰতিষ্ঠানক?

গৌতম প্ৰতিম গগৈ চর্ত আৰু নীতি উলংঘনেৰে নির্মাণ কার্য চলাই পৰিৱেশতন্ত্ৰলৈ ভয়াৱহ সংকট নমাই আনিছে একাংশ ঠিকাদাৰ-বিল্ডাৰে৷ উত্তৰ গুৱাহাটীত প্ৰায় ৩০ বিঘা ভূমিত নির্মিত আর্য স্মাট লিভিং প্ৰকল্প ৰুপায়ণত হোৱা চর্ত আৰু নীতিৰ চৰম উলংঘাক লৈ ইতিমধ্যে উদ্বিগ্নতা প্ৰকাশ কৰিছে…

পৰিৱেশ বিধিৰ চৰম উলংঘন- বিল্ডাৰে কেনেকৈ সংকট নমাই আনিছে পৰিৱেশলৈ?

গৌতম প্ৰতিম গগৈ বৃহৎ বৃহৎ ৰিয়েল ইষ্টেট প্ৰকল্পত কেৱল আইনৰেই উলংঘন নহয়, নির্মাণ কার্যত পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰো উদ্বেগজনক ছবি উন্মোচিত হৈছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত৷ এফালে ফ্লাইঅ’ভাৰকে ধৰি বিভিন্ন নির্মাণ কার্যৰ বাবে বনধ্বংস অভিযানত নামিছে খোদ চৰকাৰী বাহিনী৷ তাৰমাজতে একাংশ…

MBBS course in Hindi: মধ্যপ্ৰদেশৰ হিন্দী মেডিকেল শিক্ষা ‘ফ্লপ’; ৩ বছৰত এজনো ছাত্ৰই নিদিলে হিন্দী ভাষাত পৰীক্ষা

বিফল হ’ল মধ্যপ্ৰদেশ চৰকাৰৰ হিন্দী ভাষাত আৰম্ভ কৰা MBBSৰ পাঠ্যক্ৰম (MBBS course in Hindi)ৰ ধাৰণা। অথলে গ’ল ১০ কোটি টকা ব্যয়েৰে হিন্দী ভাষাত ছপা কৰা পাঠ্যক্ৰম। উল্লেখ্য যে হিন্দী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে মধ্যপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছিল এক অনন্য সিদ্ধান্ত। দেশৰ…