সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুছলমান সকলক অত্যাচাৰ নকৰিবঃ ৰাষ্ট্ৰসংঘত চীনৰ বিৰুদ্ধে গৰজি উঠিল ৪৩ দেশ

চীনত উইঘুৰ মুছলমানসকলক বিভিন্ন সময়ত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উঠি আহিছে। কিন্তু এতিয়া চীনৰ এই দুৰ্ভগীয়া মুছলমান সকলৰ পক্ষত থিয় দিছে বিশ্বৰ ৪৩ খন দেশে। মুছলমান সকলক অত্যাচাৰ নকৰিব, মুছলমান সকলোৰো স্বাধীনভাৱে জীয়াই থকাৰ অধিকাৰ…

১০০ কোটি লোকক ক’ভিড ভেকচিন প্ৰদান কৰি অভিলেখ গঢ়িলে ভাৰতে

১০০ কোটি লোকক ক'ভিড ভেকচিন প্ৰদান কৰি অভিলেখ গঢ়িলে ভাৰতে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০০ কোটি টিকাকৰণ সম্পূৰ্ণ হোৱাৰ পিছত শুক্ৰবাৰে দেশবাসীক সম্বোধন কৰি কয় যে কালি ২১ অক্টোবৰত ভাৰতে ১ বিলিয়ন অৰ্থাৎ ১০০ কোটি ভেকচিন প্ৰদানৰ এক কঠিন আৰু…

তালিবানৰ উপ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ভাৰতৰ প্ৰতিনিধি দলে

🔴 অৱশেষত তালিবানৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হল ভাৰত 🔴 তালিবানৰ উপ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত বহিল ভাৰতৰ প্ৰতিনিধি দল 🔴 আফগানিস্তানৰ উপ প্ৰধানমন্ত্ৰী আব্দুল ছালাম হানিফৰ সৈতে অনুষ্ঠিত হৈছিল ৰুদ্ধদ্বাৰ বৈঠক 🔴 আফগানিস্তানক ঘেঁহু…

আগ্ৰাত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা চাফাই কৰ্মচাৰী অৰুণ বাল্মীকি হত্যাকাণ্ডৰ নতুন মোৰ

আগ্ৰাত চাফাই কৰ্মচাৰী অৰুণ বাল্মীকিৰ মৃত্যুৰ ৰহস্যই নতুন গতি লাভ কৰিছে। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা চাফাই কৰ্মচাৰী গৰাকীৰ পৰিয়ালক লগ কৰিবলৈ যোৱা কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাকো মাজভাগত আগ্ৰা টোলত বাধা দিছিল আৰক্ষীয়ে।…

কাৰাগাৰত পুত্ৰক সাক্ষাৎ কৰিলে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে

🔴 আজি পুত্ৰ আৰিয়ান খানক সাক্ষাতৰ বাবে আৰ্থাৰ কাৰাগাৰত উপস্থিত হ'ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান 🔴 পুৱা প্ৰায় ৯.১৫ বজাত আৰ্থাৰ কাৰাগাৰত উপস্থিত হৈছিল শ্বাহৰুখ আৰু দৰ্শনাৰ্থীৰ শাৰীৰ মাজেৰে সোমাই গৈছিল ভিতৰলৈ 🔴 আজি প্ৰথমবাৰৰ বাবে…

অৱশেষত আৰক্ষীৰ জালত পৰিল বাংলাদেশৰ দুৰ্গা পূজাত প্ৰতিমাৰ তলত কোৰাণ ৰখা দুষ্কৃতিকাৰী

🔴 অৱশেষত আৰক্ষীৰ জালত পৰিল বাংলাদেশৰ দুৰ্গা পূজাত প্ৰতিমাৰ তলত কোৰাণ ৰখা দুষ্কৃতিকাৰী 🔴 বাংলাদেশৰ কমিলা আৰক্ষীয়ে চিনাক্ত কৰি উলিয়ালে লোকজনক 🔴 অভিযুক্ত লোকজনৰ নাম ইকবাল হুছেইন 🔴 কমিলা জিলাৰ চুজানগৰৰ আৱাসী ইকবালে ননুৱা দীঘাৰ পাৰৰ…

টি-২০ বিশ্বকাপৰ পিছত কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক?

টি-২০ বিশ্বকাপৰ পাছতে বিৰাট কোহলীয়ে এৰিব ভাৰতীয় টি-২০ ক্ৰিকেট দলৰ নেতৃত্ব। অধিনায়ক হিচাপে এইটোৱে হ’ব কোহলীৰ অন্তিম টি-২০ বিশ্বকাপ। কোহলীয়ে ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। অৱশ্যে কোহলীয়ে…

আজি লক্ষ্মী পূজা

🔴 আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা 🔴 ক'ভিডৰ ভয়াবহতাৰ মাজতে লক্ষ্মী পূজাৰ আৰাধনাৰ বাবে সাজু হৈছে ৰাজ্যবাসী 🔴 অৱশ্যে অত্যাধিক মূল্যবৃদ্ধিয়ে কিছু পৰিমাণে ম্লান কৰিছে পূজাৰ আনন্দ 🔴 লক্ষ্মী পূজাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উখল-মাখল…

কঠোৰ ৰাজ্য চৰকাৰঃ টেট শিক্ষকৰ প্ৰমাণ-পত্ৰ পুনৰীক্ষণ কৰিব চৰকাৰে

🔴 অৱশেষত কঠোৰ হ'ল ৰাজ্য চৰকাৰ 🔴 সকলো টেট শিক্ষকৰ প্ৰমাণ-পত্ৰ পুনৰীক্ষণ কৰিব ৰাজ্য চৰকাৰে 🔴 ২১খন জিলাৰ বিদ্যালয় পৰিদৰ্শকক প্ৰতিবেদন যুগুতৰ নিৰ্দেশ 🔴 ২২ অক্টোবৰৰ ভিতৰত যুগুত কৰিব লাগিব তদন্তৰ প্ৰতিবেদন 🔴 ভুৱা প্ৰমাণ-পত্ৰ লৈ…

মহাপুৰুষীয়া ভাওনা বিকৃতকৰণঃ অৱশেষত ক্ষমা খুজিলে বেহৰবাৰী আউটপোষ্টৰ মোহনে

🔴 ভাওনাৰ নামত বিজতৰীয়া নৃত্য কৰি অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ মোহন ওৰফে দীপজ্যোতি কেওঁট 🔴 উল্লেখ্য যে এক ভাওনা অনুষ্ঠানৰ মাজতে বিজতৰীয়া নৃত্য কৰিছিল মোহনে 🔴 ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি…