মহাপুৰুষীয়া ভাওনা বিকৃতকৰণঃ অৱশেষত ক্ষমা খুজিলে বেহৰবাৰী আউটপোষ্টৰ মোহনে

Share This Article

🔴 ভাওনাৰ নামত বিজতৰীয়া নৃত্য কৰি অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ মোহন ওৰফে দীপজ্যোতি কেওঁট

🔴 উল্লেখ্য যে এক ভাওনা অনুষ্ঠানৰ মাজতে বিজতৰীয়া নৃত্য কৰিছিল মোহনে

🔴 ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি দিছে অভিনেতা গৰাকীয়ে

🔴 এই সম্পৰ্কত কেওঁটে কয় যে – ঘৰৰ ল’ৰা ভাবি মাফ কৰি দিয়ক

🔴 মোহনৰ নৃত্য ভাইৰেল হোৱাৰ পিছতেই স্তম্ভিত আৰু ক্ষোভিত হৈ পৰিছিল ৰাজ্যবাসী

🔴 অৱশ্যে সকলো বিতৰ্কৰ অৱসান ঘটাই অৱশেষত অসমৰ ৰাইজৰ ওচৰত অজানিতে কৰা ভুলৰ প্ৰায়চিত্ত কৰিলে অভিনেতা মোহন ওৰফে দ্বীপজ্যোতি কেওঁটে

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.