কঠোৰ ৰাজ্য চৰকাৰঃ টেট শিক্ষকৰ প্ৰমাণ-পত্ৰ পুনৰীক্ষণ কৰিব চৰকাৰে

Share This Article

🔴 অৱশেষত কঠোৰ হ’ল ৰাজ্য চৰকাৰ

🔴 সকলো টেট শিক্ষকৰ প্ৰমাণ-পত্ৰ পুনৰীক্ষণ কৰিব ৰাজ্য চৰকাৰে

🔴 ২১খন জিলাৰ বিদ্যালয় পৰিদৰ্শকক প্ৰতিবেদন যুগুতৰ নিৰ্দেশ

🔴 ২২ অক্টোবৰৰ ভিতৰত যুগুত কৰিব লাগিব তদন্তৰ প্ৰতিবেদন

🔴 ভুৱা প্ৰমাণ-পত্ৰ লৈ ৰাজ্যত বহু টেট শিক্ষকে কাম কৰাৰ তথ্য পোহৰলৈ আহিছে

🔴 চিৰাং, বাক্সা, ওদালগুৰি, কোকৰাঝাৰত ধৰা পৰিছিল বহু ভুৱা টেট শিক্ষক

🔴 ইতিমধ্যে ৩৬ জন ভুৱা শিক্ষকক গ্ৰেপ্তাৰ কৰিছে CID-এ

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.