সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জন্মু- কাশ্মীৰত নিহত ৫ সন্ত্ৰাসবাদী

কাশ্মীৰৰ পুলৱামা আৰু বুদগামত সংঘটিত সংঘৰ্ষৰ ঘটনাত জইছ – ই – মহম্মদৰ কামাণ্ডাৰসহ ৫ জন সন্ত্ৰাসবাদী নিহত হৈছে ৷ নিহত সন্ত্ৰাসবাদী কেইজনৰ ৪ জনেই বিদেশী ৷ আনহাতে , এজন সন্ত্ৰাসবাদী লস্কৰ –ই- তৈবাৰ লগত জড়িত ৷ জন্মু-কাশ্মীৰ পুলিচে জনোৱা অনুসৰি ,…

চট্টিছগড়ত স্থাপন হ’ব অমৰ জৱান জ্যোতি

চট্টিছগড়ত কংগ্ৰেছে স্থাপন কৰিব অমৰ জৱান জ্যোতি ৷ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অমৰ জৱান জ্যোতিৰ অগ্নিশিখা নুমুৱাই ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ লগত একত্ৰিত কৰাৰ পাছত চট্টিছগড়ৰ ৰায়পুৰত অমৰ জৱান জ্যোতি স্থাপনৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ চট্টিছগড়ৰ…

কাৰ্বি আংলঙৰ লাহৰিজানত চলিছে উচ্ছেদ

নৰেন শইকীয়া কাৰ্বি আংলঙ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুণৰ আৰম্ভ হৈছে তৃতীয়টো উচ্ছেদ অভিযান ৷ ইতিমধ্যে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত লাহৰিজানত চলিছিল দুটাকৈ উচ্ছেদ অভিযান ৷ ২০ আৰু ২৪ ডিচেম্বৰত লাহৰিজানত চলিছিল অভিযান ৷…

দেশে এতিয়া জাতীয় প্ৰতীক সমূহক সন্মান প্ৰদর্শনত গুৰুত্ব আৰোপ কৰিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনাতাঁৰ কাৰ্যসূচী "মন কি বাত" ৰ এই বৰ্ষৰ আজি প্ৰথমটো খণ্ড। আজি মহাত্মা গান্ধীৰ ৭৪ সংখ্যক মৃত্য বাৰ্ষিকী। অৰ্থাৎ শ্বহীদ দিৱস। আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে "মন কি বাত" অনুষ্ঠানৰ জৰিয়তে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি…

অমিত শ্বাহে কিয় মনত পেলাইছে সাম্প্ৰদায়িক সংঘৰ্ষৰ স্মৃতি?

উত্তৰ প্ৰদেশৰ ৰাজনীতিত মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষক আকৌ এবাৰ জীৱন্ত কৰি তুলিবলৈ চেষ্টাৰ কাৰ্পন্য কৰা নাই বিজেপি দলে ৷ ২০১৩ ৰ আগষ্ট মাহত জাত আৰু মুছলমানৰ মাজত ভয়ানক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ৷ তাৰ পাছৰে পৰা ক্ৰমাগতভাৱে জাতসকলে বিজেপি দলক…

মোদী চৰকাৰৰ বিৰুদ্ধে কিয় দেশদ্ৰোহৰ অভিযোগ আনিলে ৰাহুল গান্ধীয়ে ?

পেগাছাছ ছফটৱেৰ ব্যৱহাৰক লৈ মোদী চৰকাৰৰ বিৰুদ্ধে আকৌ এবাৰ আক্ৰমনাত্মক হৈ পৰিছে কংগ্ৰেছ দল৷ ২০১৭ চনতে ইজৰাইলৰ পৰা ভাৰতে চোৰাংছোৱা ছফটৱেৰ পেগাছাছ ক্ৰয় ক্ৰয় কৰা বুলি নিউয়ৰ্ক টাইমছত বাতৰি প্ৰকাশ পোৱাৰ পাছতে সংবাদমেল সম্বোধন কৰে জ্যেষ্ঠ কংগ্ৰেছী…