সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ?

সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ? কি নিয়ম ভংগ কৰিলে এপিএছচিয়ে? ভোট বিচাৰি যোৱা বিজেপি প্ৰার্থী সঘন প্ৰতিবাদৰ সন্মুখীন হৈছে কিয় উত্তৰ প্ৰদেশত? বিহু ফাংচনলৈ জুবিনক মাতিব নালাগে বুলি কিয় কলে মুখ্যমন্ত্ৰীয়ে?…

“ভোট কাক দিব নিজেই সিদ্ধান্ত লব,কিন্তু ভোট নিদিব বিজেপিক”

আপুনি যাক মন যায় তাকেই ভোট দিয়ক,কিন্তু ভোট নিদিব বিজেপিক৷ বিজেপি নেতাৰ বাবে তৈয়াৰ কৰা হৈছে কিছুমান প্ৰশ্ন৷ যেতিয়া বিজেপি প্ৰার্থীয়ে ভোট বিচাৰি আহিব,তেতিয়াই জনতাই সেই সমূহ প্ৰশ্নৰ উত্তৰ বিচৰা হব৷ আজি ফেব্ৰুৱাৰীৰ চাৰি তাৰিখ৷ ৬ টা দিন পিছতেই…

আজি ফেচবুকৰ ১৮ সংখ্যক জন্মবাৰ্ষিকী

প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত উদযাপন কৰা হয় ফেচবুকৰ জন্মবাৰ্ষিকী। আজি ফেচবুকে সম্পূৰ্ণ কৰিলে ১৮ বছৰ। হাৱাৰ্ড ইউনিভাৰ্চিটিত অধ্যয়ন কৰি থকা সময়ছোৱাত নিজৰ কেইজনমান বন্ধুৰ সতে মিলিত হৈ ২০০৪ চনত ফেচবুক সৃষ্টি কৰিছিল মাৰ্ক জুকাৰবাৰ্গে। ফেচবুকৰ…

বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত গৌতম আদানীৰ নাম

শেহতীয়া বৰ্ষবোৰত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় সমৃদ্ধিশালী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত। আদানী গ্রুপৰ স্বত্বাধিকাৰী গৌতম আদানীৰ নাম আজি প্ৰকাশ পায় এই তালিকাত। আনহাতে মুকেশ আম্বানী আটাইতকৈ ধনী ব্যৱসায়ীৰ তালিকাৰ ১১…

শ্বেয়াৰ বজাৰত বৃহৎ লোকচান ফেচবুক (মেটা)

বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন ফেচবুক (মেটা)। মাৰ্ক জোকাৰবাৰ্গৰ সম্পত্তিৰ ২৪ বিলিয়ন ডলাৰ লোকচান শ্বেয়াৰ বজাৰত। এদিনতে ২৬ শতাংশ হ্ৰাস মেটাৰ শ্বেয়াৰৰ মূল্য। ২০০৪ চনৰ পৰা বৰ্তমানলৈকে শ্বেয়াৰ বজাৰত ফেচবুকৰ এয়াই বৃহৎ লোকচান।…

৬ পৰা ৮ সপ্তাহ পিছুৱাই দিয়া হৈছে নীটৰ পিজি পৰীক্ষা

ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ৰ পিজি ২০২২ৰ ৬ পৰা ৮ সপ্তাহ পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। পূৰ্বতে এনইইটি ১২ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াৰ পূৰ্বে বাধ্যতামূলক ইন্টাৰ্ণশ্বিপ ম্যাদ সম্পূৰ্ণ হোৱালৈকে, বহুতো…

বেইজিঙ শীতকালীন অলিম্পিক বহিস্কাৰ আমেৰিকাৰ লগতে আন চাৰি দেশৰ

আজি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে উদ্বোধন কৰিব ৰাজধানী বেইজিঙত অনুষ্ঠিত হ'বলগীয়া শীতকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান। উল্লেখনীয় যে আমেৰিকাৰ লগতে আন চাৰিখন দেশে বহিস্কাৰ কৰিছে এইবেলিৰ বেইজিঙ শীতকালীন অলিম্পিক । জিনজিয়াঙ অঞ্চলত উইঘুৰৰ জনবসতিৰ…

উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ৰেলী

আগন্তুক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া দুখন ৰাজ্য উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ৰেলীত অংশগ্ৰহণ কৰিব। বিগত ৩১ জানুৱাৰীত প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমবাৰ ডিজিটেল ৰেলীত অংশগ্ৰহণ কৰিছিল। বাতৰি অনুসৰি…