হিমালয়ৰ পৰা বাবাই কিদৰে নিয়ন্ত্ৰণ কৰিছিল শ্বেয়াৰ বজাৰ ?
হিমালয়ৰ সুৰংগত বাস কৰি থকা এজন ‘বাবা’ বা সন্যাসী ৷ যিয়ে পাৰ্থিৱ মায়া মোহ ত্যাগ কৰি সন্যাসৰ পথ লৈছে ৷ তেনে এজন বাবাই বছৰ বছৰ ধৰি নিয়ন্ত্ৰণ কৰিছিল ভাৰতৰ বজাৰ আৰু বিনিয়োগ ৷ আপুনি বিশ্বাস কৰিব পাৰেনে এনে ঘটনা ? অবিশ্বাস্য হ’লেও এয়াই সঁচা ৷…