সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইনত কি ধ্বংস কৰিলে ৰাছিয়াই ?ৰাছিয়াৰ কি জব্দ কৰিলে ফ্ৰান্সে ?

যুদ্ধৰ তৃতীয় দিনটোত ৰাছিয়াই দাবী কৰিছে যে এতিয়ালৈকে তেওলোকে ইউক্ৰেইনৰ ৮০০ সেনা ছাউনী ধ্বংস কৰিছে ৷ ইয়াৰ ভিতৰত ১৪ খন বিমান উৰণ ক্ষেত্ৰ , ১৯ টা কামাণ্ড পোষ্ট , ২৪ তা এছ এন্টী এয়াৰক্ৰাফট মিছাইল চিষ্টেম আৰু ৪৮ ৰাডাৰ ষ্টেছন আছে ৷ ইউক্ৰেইনৰ ৮ খন…

পশ্চিমৰ দেশৰ লগত কোনো সম্পৰ্ক নাৰাখে ৰাছিয়াই !

পশ্চিমীয়া দেশৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে ৰাছিয়াই ৷ আমেৰিকা – ইউৰোপিয়ান ইউনিয়নকে ধৰি কেবাখনো পশ্চিমীয়া ৰাষ্ট্ৰই ৰাছিয়া আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছত কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেশখনৰ প্ৰাক্তন…

এল আই চি ব্যক্তিগতকৰণৰ দিশে আৰু এখোজ

ৰাষ্ট্ৰীয়কৃত বীমা কোম্পেনী এল আই চিৰ ব্যক্তিগতকৰণৰ দিশে আৰু এখোজ আগবাঢ়িল কেন্দ্ৰীয় চৰকাৰ ৷ এল আই চিত ২০ শতাংশ বিদেশী বিনিয়োগত অনুমোদন জনাইছে চৰকাৰে ৷ চৰকাৰৰ আশা – বিদেশী বিনিয়োগৰ জড়িয়তে ৬৩ হাজাৰ কৌটিৰ পৰা ৬৬ হাজাৰ কৌটি টকাৰ শ্বেয়াৰ বিক্ৰী…

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু

ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণত অঘটন। ৰামনাথ কোবিন্দৰ কনয়ভয়ৰ গাড়ীৰ খুন্দাত বোকাখাতৰ এজন লোকৰ মৃত্যু। বোকাখাতৰ মিলনপুৰৰ ৰামেশ্বৰ ৰবি দাসৰ মৃত্যু। ৰামেশ্বৰ ৰবি দাসৰ গাৰ ওপৰেৰে লৈ যায় ৰাষ্ট্ৰপতিগৰাকীৰ কনভয়ৰ ৩ খনকৈ বাহন। উল্লেখ্য যে, আজি…

এজন গুপ্তচৰ কেনেকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হ’ল ?

বিশ্ববাসী আহ্বান আবেদন নেওচি ইউক্ৰেইনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই ৷ যুদ্ধত কোনোবাই বাধা দিব বিচাৰিলেই যিকোনো পৰিস্থিতিলৈ যোৱাৰ হুংকাৰ দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ৷ সমগ্ৰ বিশ্বক আতংকগ্ৰস্থ কৰি ৰখা কোন এই ব্লাডিমিৰ…