সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ

বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন চহৰতো…

পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত প্ৰচণ্ড গুলিবৰ্ষণত নিহত ভাৰতীয় ছাত্ৰ

ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষৰ মাজত শেহতীয়াকৈ আহিছে ভাৰতবাসীৰ বাবে এক দুখজনক খবৰ। আজি পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত হোৱা প্ৰচণ্ড গুলিবৰ্ষণত নিহত হয় এজন ভাৰতীয় ছাত্ৰ। এম ই এৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে জনিব দিয়ে এই খবৰ। ছাত্ৰজন খাৰ্কিভ চহৰৰ এক চিকিৎসা…

মা, আমি ভয় খাইছো….: ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে পঢ়িলে ৰুছ সেনাৰ চিঠি

‘ মা , আমি এতিয়া ইউক্ৰেইনত ৷ ইয়াৰ পৰিস্থিতি খুবেই বেয়া ৷ ইয়াত সঁচাকৈ যুদ্ধ আৰম্ভ হৈছে ৷ আমি ভয় খাইছো ৷ একেসময়তে সকলো চহৰত বোমা নিক্ষেপ কৰিছো ৷ আনকি সাধাৰণ মানুহকো আক্ৰমণ কৰিছো ৷ আমাৰ খুউব কষ্ট হৈছে মা…৷’ সোমবাৰে ইউক্ৰেইন – ৰাছিয়াৰ যুদ্ধক…

হাস্পতালত অক্সিজেন শেষ হৈ আহিছে : ইউক্ৰেইনত ভয়াৱহ পৰিস্থিতি

আৰু মাত্ৰ ২৪ ঘন্টা ৷ তাৰ পাছতেই ইউক্ৰেইনৰ হা্পতালত বন্ধ হ’ব অক্সিজেনৰ সৰবৰাহ ৷ এই সতৰ্কবাৰ্তা জাৰি কৰিছে বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ৷ হুৰ সতৰ্কবাৰ্তা অনুসৰি অক্সিজেন সৰবৰাহ বন্ধ হ’লে হাস্পতালসমূহত গুৰুতৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু ইয়াৰ ফলত…

যুদ্ধ : আৱদ্ধ ভাৰতীয়ক শীঘ্ৰে কিয়েভ ত্যাগৰ নিৰ্দেশ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক অতি শীঘ্ৰে ৰাজধানী চহৰখন এৰিবলৈ কোৱা হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে কিয়েভত ভাৰতীয়সকল যি পৰিস্থিতিতেই নাথাকক কিয় অতি শীঘ্ৰে চহৰখন এৰিব লাগে ৷…

ফাদিলঃ সোণোৱালৰ ঘনিষ্ঠ, আমোলা, সাহিত্যিকক লৈ ভুবন গামৰ ব্যৱসায়িক জাল

অসমৰ এগৰাকী শীর্ষতম ৰাজনৈতিক নেতা, এগৰাকী সাহিত্য একাডেমী বঁটা বিজয়ী সাহিত্যিক, দুগৰাকী আইএএছ বিষয়া,ৰাজ্যিক বিজেপিৰ এগৰাকী উপসভাপতি, এগৰাকী এচিএছ বিষয়া আৰু মাজুলী বিধানসভা সমষ্টিৰ উপনির্বাচনৰ বিজেপি প্ৰার্থী ভুৱন গামৰ লগত উদ্বোধনৰ এবছৰৰ…

যুদ্ধৰ সামৰণি পৰিবনে :আলোচনাৰ মেজত ইউক্ৰেইন – ৰাছিয়া

পাঁচটা দিনৰ নেৰানেপেৰা যুদ্ধৰ পাছত আৰম্ভ হৈছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত আলোচনাৰ প্ৰক্ৰিয়া ৷ যুদ্ধৰ সামৰণি পেলাবলৈ বেলাৰুছত দুয়োখন দেশৰ প্ৰতিনিধি আলোচনাত মিলিত হৈছে ৷ এই আলোচনা সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে এই আলোচনা সফল…