গুৰুত্বই নিদিলে প্ৰধানমন্ত্ৰীৰ কথা !
কৃপাল পাৰমাৰক মনত আছে নে?সেই যে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত নুঠিবলৈ কোৱা বিজেপি নেতাজন...
কি সিন্ধান্ত ল’লে পাৰমাৰে? উঠিলেনে নিৰ্বাচনত ? শুনিলে নে প্ৰধানমন্ত্ৰীৰ কথা?নাই,নুশুনিলে, পাৰমাৰে নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিব ।নিৰ্বাচনত উঠিব বুলি…