Browsing Category
ৰাজ্য
অসমত আৰু দুজনৰ দেহত ক’ৰোনা,১০২ লৈ বৃদ্ধি
ৰাজ্যত আৰু দুজন ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ৰোনা ভাইৰাছৰ উপস্থিতি ৷ ইয়াৰে এজন যোৰহাটৰ আৰু আনজন নগাৱৰ৷ দুয়োগৰাকী লোক সম্প্ৰতি কোৱাৰেন্টাইন চেন্টাৰত আছে৷ ইয়াকে লৈ অসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যা ১০২ জনলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত…
মানস ৰবীনে তেলেংগনাৰ পৰা কেনেকৈ ঘূৰাই আনিলে অসমৰ ৪১ জন যুৱকক?
প্ৰায় এটা সপ্তাহৰ পূৰ্বে গতানুগতিক ভাবে অসমৰ জনপ্ৰিয় শিল্পী মানস ৰবীনলৈ এটা মেছেজ আহিল।মেজেছটো আছিল তেলেংগনাত আবদ্ধ অসমৰ কেইজনমান যুৱকৰ।মেজেছটো পাই মানস ৰবীনে যুৱক কেইজনৰ লগত ফোনযোগে যোগাযোগ কৰিলে। তেওঁলোকে জনালে,অসমৰ বহুকেইজন যুৱক বৰ্তমান…
নতুনকৈ ৩ জন :১০০ চুলে অসমৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই
অসমত ক'ৰোনা আক্ৰান্তৰ সংখ্যাই ১০০ চুলে৷ নতুনকৈ ৩ গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ দুগৰাকী মুম্বাই আৰু এগৰাকী বিহাৰৰ পৰা অহা লোক ৷আটাইকেইগৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে৷ সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷
Alert ~…
এজন অসমীয়া বিষয়াৰ কৰ্তব্যনিষ্ঠা
চৰকাৰী বিষয়া বুলি ক’লেই বহুতৰে নাক কোচ খাই আহে৷ সাধাৰণ মানুহৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ , ৰঙা ফিটাৰ মেৰপেছ – বেছিভাগ মানুহৰে চৰকাৰী বিষয়াৰ লগত অভিজ্ঞতা মধুৰ নহয় ৷ কি্ন্তু তাৰ মাজতো আছে বিৰল ব্যতিক্ৰম৷ তেনে এগৰাকী বিষয়া হ’ল মুম্বাইত অসম ভৱনৰ…
আকৌ এজন ক’ৰোনাত আক্ৰান্ত: অসমত ৯৭ লৈ বৃদ্ধি
অসমত পুনৰ ক'ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৷ কাছাৰৰ এগৰাকী ২৮ বছৰীয়া ব্যক্তি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ কালি তেওঁ চেন্নাইৰ পৰা আহিছিল৷ সম্প্ৰতি আক্ৰান্ত ব্যক্তিজন শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন ৷ ইয়াকে লৈ অসমত ক'ৰোনা আক্ৰান্তৰ…
অসমত ৯ বছৰীয়া শিশুৰ দেহত ক’ৰোনা
অসমত এইবাৰ ৯ বছৰীয়া শিশুৰ দেহলৈ সংক্ৰমিত হ'ল ক'ৰোনা৷ আক্ৰান্ত শিশুটি যোৰহাটৰ ৷ শিশুটি শেহতীয়াকৈ দিল্লীৰ পৰা অসমলৈ আহিছিল৷ তেওঁৰ নাম ফাৰহান আখটাৰ ৷ ঘৰ যোৰহাট টাউনৰ ৩ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে৷ বৰ্তমান অসমত মুঠ ক'ৰোনা আক্ৰান্তৰ সংখ্যা…
আজি ১৭ মে’ : ন’ ৱান কিল্ড পৰাগ…
আজি ১৭ মে'৷ ১৯৯৬ চনৰ আজিৰ এই দিনটোতে মহানগৰীৰ ৰাজপথত মুকলিকৈ গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিক পৰাগ কুমাৰ দাসক৷ সকলোৱে দেখিছিল বন্দুকধাৰী আততায়ীয়ে গুলীয়াইছে পৰাগ কুমাৰ দাসক ৷ অভিযুক্তৰ নামো মুকলিকৈ উচ্ছাৰিত হ'ল৷ বিচাৰৰ ভাৰ দিয়া হ'ল চি বি…
১০০ লৈ অলপ বাকী: কাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ অনুৰোধ?
অসমত কালি নিশাৰ ভিতৰত পৰিস্থিতিৰ আকস্মিক অৱনতি ঘটে ৷ নিশাৰ ভিতৰত ৪ গৰাকী নতুন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে ইয়াৰে দুগৰাকী গুৱাহাটীৰ,এগৰাকী শোনিতপুৰৰ আৰু আনগৰাকী শিৱসাগৰৰ৷ এইদৰে নিশাটোৰ ভিতৰত…
ৰাতিটোৰ ভিতৰতে আকৌ এজন বাঢ়িল,শিৱসাগৰত প্ৰথম
নতুন নতুন ঠাইৰ পৰা খবৰ আহিছে ৷ অসমত আকৌ এগৰাকী বাঢ়িল ক’ৰোণা ৰোগী ৷ এইবাৰ খবৰ আহিছে শিৱসাগৰৰ পৰা ৷ অসমত ক’ৰোণা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৫ ৷ পুৱতি নিশা প্ৰায় ২ বজাত টুইটযোগে জনালে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ এইমাত্ৰ খবৰ অহা…
অসমত আৰু এজন :ক’ভিড আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ
অসমত বাঢ়ি আছে ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷মাজনিশা আহিল আকৌ বেয়া খবৰ ৷ শোণিতপুৰৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল ক’ৰোণাৰ বীজাণু ৷মাজনিশা টুইট কৰি জনালে মন্ত্ৰী হিমন্ত বিশ্বই ৷এইগৰাকী ৰোগীৰে সৈতে ক’ৰোণাত অসমত আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ ৷…