পুনৰ ১৪ গৰাকী বাঢ়িল ৷ মুঠ আক্ৰান্ত ১৮৫

Share This Article

ৰাজ্যত পুনৰ ১৪ গৰাকীৰ দেহত ধৰা পৰিল ক’ৰোনাৰ উপস্থিতি ৷ আজিৰ ভিতৰতে দ্বিতীয়বাৰ চিনাক্তহ’ল বৃহৎসংখ্যক ৰোগী ৷ অসমত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যাা বাঢ়িল ১৮৫ লৈকে ৷ মন্ত্ৰী হিমন্ত বিশ্বই ১০ বাজি ৩৫ মিনিটত টুইট কৰি জনালে এই খবৰ ৷ ৰাজ্যবাসী আৰু বেছি সাৱধান হ’ব লাগিব বুলি মন্ত্ৰীগৰাকীৰ মন্তব্য ৷https://twitter.com/himantabiswa/status/1263153018087727104?s=19 ১৪ গৰাকীয়েই সৰুসজাইৰ কুৱাৰেণ্টিণ চেণ্টাৰত চিনাক্ত হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.