সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

‘বিগব্ৰাডাৰ’ৰ ৰূপত নৰেন্দ্ৰ মোদী

এখন কাল্পনিক উপন্যাস । এটা কাল্পনিক কাহিনী । ১৯৪৯ চনতেই লিখা এই কাল্পনিক কাহিনী যেন মিলি গৈছে দেশৰ আজিৰ পৰিস্থিতিৰ সৈতে । জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস নাইনটীন এইটটী ফ’ৰৰ(১৯৮৪) কথা ক’বলৈ লৈছো । সেই কাহিনী লিখা হৈছিল ১৯৪৯ চনত । পটভূমি ১৯৮৪ চনৰ…

নিজৰ নাক কাটি হ’লেও ক্ষমতা লাগে বিজেপিক !

দেশত লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা।নিৰ্বাচনৰ বাবে শাসক বিৰোধী দুয়োটা পক্ষই চলাইছে প্ৰস্তুতি।বিৰোধী ঐক্য মৰ্চা ইণ্ডিয়াৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হৈ আছে মুম্বাইত।বিৰোধীৰ ঐক্যবদ্ধ যুঁজত তচনচ হোৱাৰ দিশে বিজেপি।সেয়ে ২০১৭ চনৰ…

কিহত সাদৃশ্য আছে মোডী-হিমন্তৰ ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আদৱকায়দাত আছে যথেষ্ট সাদৃশ্য।শেহতীয়া প্ৰায়বোৰ কাম কাজতে সেই সাদৃশ্য প্ৰকাশ পাইছে।89অৱশ্যে সাদৃশ্য বুলি ক’লে ভুল হ’ব।এয়া আমাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

ক্ৰমাৎ শক্তিশালী হৈছে I.N.D.I.A !

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে৷এই সময়চোৱাত সৰু সৰু ৰাজনৈতিক দলবোৰৰ মাজত চলিছে এটাই চৰ্চা-সেইয়া হ’ল কোনটো দল কাৰ লগত থাকিব?I.N.D.I.A ৰ বৈঠক অহা ৩১আগষ্ট আৰু ১ ছেপ্তেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱাৰ কথা।আম আদমি পাৰ্টি,তৃণমূল…

দক্ষিণ ভাৰতত ‘No entry’ বিজেপিৰ !

তেলেংগানাত চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ আগে আগে তেলেংগানা বিজেপি মহাসংকটৰ সন্মুখীন হৈছে।প্ৰাক্তন সাংসদৰ পৰা বিধায়কলৈ সকলোৱে বাট পোনাইছে কংগ্ৰেছ দলৰ ফালে।এগৰাকী প্ৰাক্তন সাংসদ আৰু ৪ গৰাকী বিধায়কে একেলগে…

নিজৰ ‘বেটী’কে বচাব নোৱাৰা বিজেপিয়ে ,ক’ত দেশৰ ‘বেটী ’ বচাব?

বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদিকা ইন্দ্ৰানী তহবিলদাৰৰ মৃত্যুৰ পিছত বিজেপি দলটোৰ নেতাসকলে পিন্ধি থকা মুখাবোৰ খোল খালে।ইখনৰ পিছত সিখন মুখা খোল খাইছে বিজেপি নেতাসকলৰ।নগদ ধনৰ বিনিময়ত চাকৰি দিব বুলি লাখ লাখ টকা সংগ্ৰহ কৰি পিছত চাকৰি দিব…

কাৰ্যকৰ্তাৰ লানি নহয়,এইবাৰ অঘটনৰ লানি অসম বিজেপিত !

অঘটন আৰু দুৰ্ভাগ্যই লগ নেৰা হৈছে বিজেপিক ! বিশেষকৈ অসম বিজেপিত অথন্তৰৰ অন্ত নোহোৱা অৱস্থা।কোনোবা নেতাৰ ঘৰত যদি উদ্ধাৰ হৈছে শিশুৰ মৃতদেহ,কোনোবা নেত্ৰীয়ে আকৌ নেতাৰ লগত ফটো ভাইৰেল হোৱা বাবে বাচি লৈছে চৰম পন্থা।কোনোবা নেত্ৰীৰ আকৌ ৰাষ্ট্ৰীয়…

হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত নিয়ন্ত্ৰণহীন বিজ্ঞাপন প্ৰদানৰ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে সপ্তাহে সপ্তাহে অনুষ্ঠিত কৰা কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰে ? মেল মিটিঙত পিঠা লাৰু খোৱাৰ পৰা আৰম্ভ কৰি মধ্যাহ্ন ভোজনত তিনিটা কনী দিয়ালৈকে এশ এবুৰি সিদ্ধান্ত লোৱা হয়…

১০ বিজেপি বিধায়কৰ যোগাযোগ নাই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ লগত !

বিগত ৩ মে’ৰ পৰা জ্বলি আছে মণিপুৰ।সাম্প্ৰদায়িক সংঘৰ্ষত জৰ্জৰিত মণিপুৰত এতিয়ালৈকে ১৬০ গৰাকীৰো অধিক লোকে মৃত্যুক সাৱটিছে।কুকি আৰু মেইটেই মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ বিগত প্ৰায় চাৰিটা মাহ ধৰি চলিয়েই আছে।মেইটেই সম্প্ৰদায়ৰ লোকক জনজাতীয়…

১০ লাখ লোকৰ জীৱন-জীৱিকাক উপেক্ষা মুখ্যমন্ত্ৰীৰ !

মুখ্যমন্ত্ৰীৰ কাষত এজন বিশেষ লোক !কিয় গাৰ ছাঁৰ দৰে থাকে এই লোকজন?ৰাজ্যত সলনি হ’ল মুখ্যমন্ত্ৰী !নতুন মুখ্যমন্ত্ৰীয়ে সলাই পেলালে সকলো !গাওঁবোৰ নগৰ হ’ল,মহকুমাবোৰ উপ -জিলা হ’ল !মুঠতে সকলো সলনি হ’ল !সলনি হ’ল মুখ্যমন্ত্ৰীৰ সাংগোপাংগও !সলনি হ’ল…