সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

অসমত কিয় প্ৰভাৱ পৰা নাই ‘অগ্নিপথ’ বিৰোধী আন্দোলনৰ?

অসমত কিয় প্ৰভাৱ পৰা নাই 'অগ্নিপথ' বিৰোধী আন্দোলনৰ? অসমৰ পৰা কিমান যুৱক যায় সামৰিক বাহিনীলৈ? চাওক এক প্রতিবেদন- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos…

ৰাজপথ – ৰে’লপথ এতিয়া ‘অগ্নিপথ’ : কিমান দৰমহা পাব অগ্নিবীৰে ?

কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি ‘অগ্নিপথ’ ৷এই আঁচনি অনুসৰি ১৭.৫ বছৰ বয়সৰ পৰা ২১ বছৰ বয়সৰ যুৱক – যুৱতীক দিয়া হ’ব সেনাৰ চাকৰি ৷এইসকল সৈনিক পৰিচিত হ’ব ‘অগ্নিবীৰ’ হিচাপে ৷ কিন্তু এই চাকৰিৰ বয়স হ’ব মাত্ৰ ৪ বছৰ ৷ ৪ বছৰ চাকৰি কৰাৰ পাছত ৭৫ শতাংশ…

সেনাৰ অস্থায়ী নিযুক্তি : অগ্নিপথে কিয় জ্বলাইছে অগ্নি ?

মঙলবাৰে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ‘অগ্নিপথ’ শীৰ্ষক এখন নতুন আঁচনিৰ ঘোষণা কৰে ৷ তাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ ৷ সেনাৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই থকা হাজাৰ হাজাৰ নিবনুৱাই ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ বিহাৰত…

৫ বছৰত দিলে ৪.৪৫ লাখ চাকৰি : ডেৰ বছৰত কেনেকৈ দিব ১০ লাখ নিযুক্তি ?

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে কৰা এটা ঘোষণাই দেশৰ লাখ লাখ নিবনুৱাৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ কিয়নো পি এম ওৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে অহা ডেৰ বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ১০ লাখ পদত নিযুক্তি দিবলৈ প্ৰধানমন্ত্ৰীয়ে…

স্মাৰ্ট চিটী গুৱাহাটীৰ এই অৱস্থা কিয় ? শ শ কৌটিৰ হিচাপ দিব কোনে?

বৰছলা বিলৰ বাবে ২১৫ কৌটি , ভৰলুৰ বাবে ৪৪৪ কৌটি , মৰা ভৰলুৰ বাবে ৪৮৮ কৌটি , দীপৰ বিলৰ বাবে ২৫০ কৌটি – এয়া কোনো কাল্পনিক হিচাপ নিকাচ নহয় ৷ গুৱাহাটী মহানগৰৰীৰ স্মাৰ্ট চিটী প্ৰজেক্টৰ প্ৰকল্প প্ৰতিবেদনত এই প্ৰকল্পসমূহৰ বাবে নিৰ্দিষ্ট ধনৰাশি…

সাৱধান: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ধানুকাই যোগান ধৰে নিম্নমানৰ ঔষধ

ধানুকাৰ প্ৰতিষ্ঠান ঘনশ্যাম ফাৰ্মাচিউটিকেলছে যোগান ধৰে নিম্নমানৰ ঔষধ ৷ ২০১৬ চনতে পৰীক্ষাগাৰত প্ৰমান হৈছিল এই কথা ৷ তাৰ পাছতো ধানুকালৈ অহেতুক দৰদ কিয়? https://youtu.be/C9buUq7yEvk

মুখ্যমন্ত্ৰীয়ে আদালতলৈ যাবলৈ ভয় কৰিছে কিয়?

কঁপিছে গুৱাহাটী।প্ৰতিকূল বতৰ আৰু আৰক্ষীৰ বাধা নেওচি মুখ্যমন্ত্ৰী পৰিয়ালৰ পি পি ই কিট কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী কঁপালে বিৰোধী দল-সংগঠনে। https://youtu.be/vNgf6ax7hPI

কোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে?

কোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে? এনএইছএমৰ বিষয়াক সন্মুখত ৰাখি এটা এটা প্ৰশ্ন সুধিলে অখিল গগৈয়ে৷ অখিল গগৈৰ প্ৰশ্নত কি উত্তৰ দিলে এনএইছএমে? এক প্ৰতিবেদন৷ …

নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা কোম্পেনীক অসমত প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা কিয়?

বিহাৰত বতাহত ভাঙি পৰিছিল এছ পি চিংলা কনষ্ট্রাকশ্যনে নিৰ্মান কৰা দলঙ ৷ একেটা কোম্পেনীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ আগবঢ়াইছে ১ কৌটি টকা ৷সেই কোম্পেনীটোয়ে অসমতো লাভ কৰিছে প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা ৷ ক’ত, কি কাম কৰি আছে এছ পি চিংলা…