সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

শ্যামকানুৰ নৰ্থ ইষ্ট ফেষ্টিভেলঃ এপ্ৰিলৰ পৰাই যোগাযোগত ছিংগাপুৰ উচ্চায়ুক্ত-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়

অৰূপ কলিতা আৰু গৌতম প্ৰতিম গগৈৰ প্ৰতিবেদনঃ ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰৰ ভাৰতৰ উচ্চায়ুক্ত৷ যি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে ৰাজ্যসভাৰ…

EXCLUSIVE || দেশৰ ভিতৰত সৰ্বাধিক নিৰিখত অসমে আদানিৰ পৰা কিনিব বিদ্যুৎ

উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰই প্ৰতি ইউনিটত ৫.৩৯ টকাত , অসমে কিনিব ৬.৩০ টকাত। প্ৰাক্তন শক্তি মন্ত্ৰীয়ে উদঙালে আদানিৰ লুণ্ঠনৰ ভয়াৱহ তথ্য। বিহাৰত ২৪০০ মেগাৱাটত ৬২ হাজাৰ কোটিৰ কেলেংকাৰী , অসমৰ ৩২০০ মেগাৱাটত কিমান?

৯ মাহত বৃদ্ধি ৩৮ কোটি টকা; কেনেকৈ বাঢ়িল Bhagadatta Flyover ৰ নিৰ্মাণব্যয়?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগত এতিয়া ঠিকাদাৰৰ কথাই শেষ সিদ্ধান্ত৷ এই কথা পুনৰ এবাৰ উন্মোচিত হৈছে গুৱাহাটীৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতু (Bhagadatta Flyover)ৰ ক্ষেত্ৰত। ‘কীকী’ৰ দৰে ঠিকাদাৰক ৰঙা দলিচা পাৰি আদৰণি…

অনিল কুমাৰ শর্মাৰ প্ৰতিষ্ঠানক ৰক্ষণাবেক্ষণৰ আঁৰত কোন? সন্দেহৰ আৱর্তত প্ৰদূষণ নিয়ন্ত্ৰণ ব’র্ড

গৌতম প্ৰতিম গগৈ গুৱাহাটীত আইন আৰু পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰে চলা নির্মাণ প্ৰকল্পক লৈ উদ্বিগ্ন ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ৷ সেউজ ন্যায়াধীকৰণৰ কঠোৰতাৰ পাছতেই গুৱাহাটীত আইন উলংঘাৰে চলা নির্মাণ কার্যক লৈ তৎপৰ হৈছে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ…