সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনাকলৈও ৰাজনীতি কৰিছে বিজেপিয়ে- বিৰোধী

লক্ডাউনৰ সন্দৰ্ভত দেশৰ ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ কনফাৰেন্সিং অনুষ্ঠিত কৰিছিল।ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভিডিঅ কন্ফাৰেন্সিংঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে ক'ৰোলোৰ সংক্ৰমণ বেছি বা কম…

ক’ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰিয়েই জীয়াই থাকিব লাগিব!

ক'ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰি কি দৰে বাচিব লাগিব, সেইয়া আমি শিকিব লাগিব৷ এই সময়ৰ সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান'- এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লব আগৰৱাল৷ আজি এক সংবাদমেলত শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য…

নগৰবেৰাৰ জলজলী নদীৰ ওপৰত ১কোটি টকাৰ দলং৷ কিন্তু কিয় প্ৰশ্ন উত্থাপন হৈছে হিমন্ত বিশ্ব শর্মাৰ…

ৰাইজে নখ জোকাৰিলে নৈ বয়... জনসাধাৰণৰ প্ৰতি চৰকাৰৰ কৰ্তব্য ক'ত আৰম্ভ হৈ ক'ত শেষ হয়, ইয়াৰ সঠিক উত্তৰ লাভ কৰাটো কঠিন। সময়ে সময়ে প্ৰায়েই বহু লোক উন্নয়নৰ পৰা বঞ্চিত হ'ব লগা হয়। কিন্তু ৰাইজৰ মনোবল জানো নিঃশেষ কৰিব পাৰিব চৰকাৰে! বাস্তৱত এয়াই…

এই ৫ জন IAS বিষয়াই কিয় কৰিলে পদত্যাগ?

বহু কষ্ট, একাগ্ৰতাৰ শেষত কোনো ব্যক্তিয়ে IAS হোৱাৰ সফলতা লাভ কৰে। তাৰ পিছত স্থলাভিষিক্ত হয় উচ্চপদস্থ বিষয়া হিচাপে। কিন্তু গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত চৰকাৰৰ ভূমিকা আৰু নীতিত অসন্তুষ্ট হৈ সেইসকল উচ্চপদস্থ বিষয়াই পদত্যাগ কৰিবলৈ বাধ্য হয়। তেনে…

‘কোভিড-১৯’ ৰ প্ৰতিষেধক গংগাজল!

কোৰোণা মহামাৰীৰ সাম্প্ৰতিক পৰিস্থিতিত বিশ্বৰ বিজ্ঞানী, চিকিত্সক মহল ব্যস্ত হৈ আছে ‘কোভিড-১৯’ ভাইৰাছৰ নিৰ্মূলক লৈ। কিন্তু তেনে এক সময়তেই ভাৰতত গংগাজলৰ প্ৰসংগ উত্থাপিত হৈছে। দেশৰ 'অতুল গংগা' নামৰ এটা এনজিঅ’-এ কেন্দ্ৰীয় চৰকাৰৰ জল…