Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
আজি ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যুদিন৷১৯৬০ চনৰ আজিৰ দিনটোতে কটন কলেজৰ হোষ্টেলৰ সন্মুখত পুলিচৰ গুলীত প্ৰাণ আহুতি দিছিল ৰঞ্জিত বৰপূজাৰীয়ে৷
১৯৪২ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলনৰ সময়ত কটন কলেজৰ…
ভেকচিনৰ নামতো ব্যৱসায়ত ব্যস্ত কেন্দ্ৰীয় চৰকাৰ!
ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী সুভাষ গৰ্গে ভেকচিনৰ নামতো কেন্দ্ৰীয় চৰকাৰে ব্যৱসায় আৰম্ভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সুভাষ গৰ্গে জনোৱা অনুসৰি চিৰম ইন্সটিটিউতক ভেকচিন ক্ৰয় কৰাৰ বাবে ধন দিয়াৰ উপৰিও প্ৰতিটো ভেকচিন ডোজৰ নামত কেন্দ্ৰীয়!-->…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কামৰ কথা নকয়,কামৰ কথা নুশুনে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কামৰ কথা নকয়,কামৰ কথা নুশুনে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৱল মনৰ কথা কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত এক প্ৰকাৰে এনে এক কটু সমালোচনা কৰিছে এজন মুখ্যমন্ত্ৰীয়ে।দেশত এতিয়া কোভিডৰ সন্ত্ৰাস।অক্সিজেন আৰু!-->…
কংগ্ৰেছৰ পৰাজয় অৱধাৰিত
অৰূপ কলিতা
কংগ্ৰেছ কেৱল অসমতে বিধ্বস্ত হোৱা নাই ৷ শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিখন ৰাজ্যতে কংগ্ৰেছে শোচনীয় প্ৰদৰ্শন কৰিছে ৷ অসমত ৯৩ খন আসনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছে মাত্ৰ ২৯ খন আসনত ৷ পশ্চিমবংগত প্ৰতিদ্বন্দিতা কৰিছিল!-->!-->!-->!-->!-->…