Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকল বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব ৷ ইয়াৰ বাবে ইচ্ছুক ছাত্ৰ - ছাত্ৰীসকলে অহা ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত যাবতীয় প্ৰ-পত্ৰ অনলাইনযোগে পূৰণ কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলে নিজৰ…
টকিঅ’ অলিম্পিক : মহিলা হকীৰ ছেমিফাইনেলত পৰাস্ত ভাৰত
ইতিহাস সৃষ্টি কৰিও ছেমিফাইনেলত থমকি ৰ'বলগীয়া হ'ল ভাৰতৰ মহিলা হকী দল ৷
টকিঅ' অলোম্পিকৰ ছেমি ফাইনেলত আৰ্জেন্টিনাৰ বিৰুদ্ধে ভাৰতৰ পৰাজয় ৷
প্ৰথমাৰ্ধত গুৰজিৎ সিঙৰ গ'লৰ সহায়ত ভাৰতে অগ্ৰগতি লাভ কৰিলেও শেষত ২-১ ৰ ব্যৱধানত বিজয়ী হয়…
সীমা সংঘাত : বৃহস্পতিবাৰে অসম -মিজোৰামৰ মন্ত্ৰীৰ বৈঠক
সীমান্তৰ ৰক্তক্ষয়ী সংঘাতৰ পাছত আলোচনাত বহিবলৈ ওলাইছে অসম - মিজোৰামৰ চৰকাৰ ৷
বৃহস্পতিবাৰে আইজলত অনুষ্ঠিত হ'ব দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক ৷
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইটযোগে সদৰী কৰিছে এই কথা ৷…
দাম নাই : অসমৰ চাহ উদ্যোগলৈ অভূতপূৰ্ব সংকট নামিছে কিয় ?
সম্প্ৰতি ৰাজ্যৰ চাহ উদ্যোগটো এক অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হৈছে ৷ কিয়নো চাহৰ মূল্য ইয়াৰ উৎপাদন ব্যয়ৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে । নৰ্থ ইষ্টাৰ্ণ টি এচ'চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে এক প্ৰেছ বিজ্ঞপ্তিত সদৰী কৰিছে যে এফালে…
উৎকোচ লৈ কোন মহিলা কৃষি বিষয়া হাতে লোটে ধৰা পৰিল ?
উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল এগৰাকী কৃষি বিষয়া ৷
গ্ৰেপ্তাৰ হোৱা কৃষি বিষয়া গৰাকী হৈছে খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়া জ্যোতিৰেখা দাস ৷
নগদ ১৫ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰা সময়তে দুৰ্নীতি নিবাৰণ শাখাই তেওক হাতে লোটে গ্ৰেপ্তাৰ কৰে ৷
ধৃত…
লাভলীনাক পৰাজিত কৰা কোন এই বুছেনাজ ছুৰমেনেলী ?
অলিম্পিকত স্বৰ্ণজয় কৰিব নোৱাৰিলেও টকিঅ’ৰ বুকুত এক সোণালী অধয়ায়ৰ সূচনা কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৷ অলিম্পিকত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ আৰু কৃতিত্বৰ গৰাকী হ’ল লাভলীনা ৷ কেৱল সেয়াই নহয় , অলিম্পিকৰ পদকৰ তালিকাত প্ৰৱেশ কৰা…
অলিম্পিকত ভাৰতৰ আৰু এটা পদক নিশ্চিত : কোনে প্ৰৱেশ কৰিলে ফাইনেলত ?
অলিম্পিকত আৰু এটা পদক নিশ্চিত হ'ল ভাৰতৰ ৷
ভাৰতীয় ৰেষ্টলাৰ ৰবি দাহিয়াই ৫৭ কেজি ফ্ৰী ষ্টাইল শাখাত ফাইনেলত প্ৰৱেশ কৰিছে ৷
তেও কাজাখাস্থানৰ প্ৰতিদ্বন্দী নুৰ ইছলামক পৰাজিত কৰি ফাইনেলৰ পথ সুগম কৰি তোলে ৷
ৰেষ্টলিঙৰ ৮৭ কেজি শাখাত ভাৰতৰ…
কিয় গোপনে মমতা বেনাৰ্জীক সাক্ষাৎ অখিলৰ ?
মঙলবাৰে পুৱাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক দেখা গ'ল বৰঝাৰ বিমান বন্দৰত ৷ লগত দুগৰাকী সতীৰ্থ ৷ বিমান বন্দৰত অখিল গগৈৰ লগত এখন ফটো উঠিলে এগৰাকী মিজো মহিলাই ৷ এই ফটো কিছু সময়ৰ ভিতৰতে ছোচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিল ৷…
নতুন পঞ্চায়ত কৰক লৈ অখিলৰ হুংকাৰ : আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব
আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ'ব , আকৌ ফুলগুৰিৰ ধেৱা হ'ব ৷ - গাঁৱত ঘৰ সাজিলেও কৰ দিয়াৰ নতুন নীতি ঘোষণা কৰাৰ পাছতে এইদৰে গৰজি উঠিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ আজি বিধানসভা চৌহদত সাংবাদিকৰ আগত তেও কয় যে বিজেপি চৰকাৰে অসমীয়া জাতিক…
ইতিহাস ৰচি অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ-
ইতিহাস ৰচিলে লাভলীনাই৷
টকিঅ'ৰ পৰা আহিল সংবাদ- ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ৷
বুছেনাজ ছুৰমেনেলীৰ হাতত পৰাজিত লাভলীনা বৰগোহাঁই৷