সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গৰু সুৰক্ষিত হল,সুৰক্ষিত নহল সীমান্ত!

গো সুৰক্ষিত হল৷সুৰক্ষিত নহল সীমান্ত৷কালি বিধানসভাত গৃহীত হল গো সুৰক্ষা বিধেয়ক৷সৰল অর্থত অসম চৰকাৰে সুফক্ষা নিশ্চিত কৰিলে গৰুৰ৷কিন্তু গৰুৰ সুৰক্ষা নিশ্চিত কৰা চৰকাৰে নিশ্চিত কৰিব পৰা নাই সীমান্তৰ সুৰক্ষাৰ৷সেইবাবেই সৌ সিদিনা অসম আৰক্ষীৰ ৬…

কোভিড ভেকছিনৰ মিশ্ৰিত ড’জ : কি ক’লে ভেকছিন কোম্পেনীৰ মালিকে ?

ক’ৰোণা প্ৰতিৰোধৰ বাবে কোভিশ্বিল্ড আৰু কোভাক্সিনৰ মিশ্ৰিত ড’জ অধিক উপকাৰী বুলি প্ৰকাশ কৰিছিল আই চি এম আৰে ৷ তাক লৈ পৰীক্ষা – নীৰিক্ষা আৰম্ভ কৰাৰো যো-জা চলিছে ৷ দুয়োটা ভেকছিনৰ মিশ্ৰিত ট্ৰায়েলত সেউজ সংকেত দিছে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অৱ…

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিলম্বন কিয় ?

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প কুমাৰ দাসক নিলম্বন কৰা হৈছে ৷ উপাচাৰ্যগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰা সময়ত এক গুৰুতৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপণ হৈছিল ৷ উল্লেখ্য যে ২০১০…

ধনকুবেৰৰ তথ্য আছে মোদী চৰকাৰৰ হাতত, দৰিদ্ৰৰ সংখ্যা কিয় নাজানে ?

লকডাউনৰ সময়ত খোজকাঢ়ি ঘৰলৈ ওভতাৰ পথত কিমান লোকৰ মৃত্যু হ’ল ? তথ্য নাই চৰকাৰৰ ৷কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত অক্সিজেনৰ অভাৱত কিমানৰ মৃত্যু হ’ল ? চৰকাৰে তাৰ উত্তৰ দিব নোৱাৰে ৷ আনকি কোভিড মহামাৰীৰ সময়ত দেশত দৰিদ্ৰৰ সংখ্যা কিমান , সেয়াও জনাব নোৱাৰিলে…

কেনেকৈ উদযাপন কৰিব স্বাধীনতা দিৱস ?

দেওবাৰে সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হ’ব স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উদযাপনৰ সময়ত মানি চলিবলগীয়া এক নতুন কোভিড প্ৰটোকল প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ৷ এই প্ৰট’কল অনুসৰি ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ১৫০০ তকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷…

আফগানিস্তান : কাবুল দখলৰ দিশে নেকি তালিবান ?

কট্টৰপন্থী ইছলামিক সংগঠন তালিবানৰ যুঁজাৰু বাহিনীয়ে শুকুৰবাৰে কান্দাহাৰ দখল কৰা পাছত উপস্থিত হৈছে লোগাৰৰ ৰাজধানী ফুল- এ -আলমত ৷ আফগান চৰকাৰৰ বাবে এয়া অতি বিপজ্জনক ৷ কিয়নো ফুল_এ- আলম দেশখনৰ ৰাজধানী কাবুলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত্বত…

স্বাধীনতা দিৱসৰ পূৰ্বে খালিস্তানৰ প্ৰসংগ কিয় ?

স্বাধীনতা দিৱস সমাগত ৷ সমস্যাজৰ্জৰ হ’লেও দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এই দিনটোৰ সুকীয়া উপলব্ধি আছে ৷ কিন্তু স্বাধীনতা দিৱসৰ দিনটোতো দিল্লী সীমান্তত অন্দোলনৰত কৃষক ৷ তিনিখন ক’লা কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত মাহৰ পাছত মাহ ধৰি কৃষক সমাজে…

তালিবানৰ দখলত আৰু তিনিখন চহৰ : ভাৰতে কাৰ পক্ষ ল’ব ?

তালিবানে দখল কৰিছে আফগানিস্তানৰ ইখনৰ পাছত সিখন চহৰ ৷ শুকুৰবাৰে দেশখনৰ আৰু তিনিখন চহৰ তালিবানে নিজৰ দখললৈ নিয়ে ৷ ইয়াৰ লগে লগে আফগানিস্তানৰ ৩৪ খন ৰাজ্যৰ ১৮ খনৰ ৰাজধানী তালিবানৰ দখললৈ গ’ল ৷  তালিবানে ইতিমধ্যে দেশখনৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ চহৰ…

পুৰণি গাড়ী স্ক্ৰেপ কৰিলে দিব নালাগে নতুন গাড়ীৰ পঞ্জীয়ন মাচুল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে মুকলি কৰিছে ৰাষ্ট্ৰীয় অটোমোবাইল স্ক্ৰেপিঙ নীতি ৷গুজৰাটত আয়োজিত বিনিয়োগ সন্মিলনত  ভিডিও কনফাৰেন্সিঙৰ জৰিয়তে তেও এই নীতি মুকলি কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, " ব্যৱহাৰ অনুপযোগী বাহনসমূহ বৈজ্ঞানিক…

কোন আৰক্ষী আয়ুক্তক বিচাৰি আৰক্ষীয়ে জাৰি কৰিছে জাননী?

এগৰাকী আৰক্ষী আয়ুক্তক বিচাৰি জাননী জাৰি কৰিছে এখন বিশেষ আৰক্ষী থানাই।                           এই ঘটনা মহাৰাষ্ট্ৰৰ । মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে থানে আৰক্ষীয়ে জাৰি কৰিছে এখন লুক আউট জাননী। আজি কেইবাদিনো ধৰি…