সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসাক লৈ কি ডাঙৰ নিৰ্দেশ দিলে ন্যায়ালয়ে ?

পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদনক লৈ আৰম্ভ হৈছিল ৰাজনৈতিক যুদ্ধ ৷ তৃণমূলে উত্থাপণ কৰিছিল পক্ষপাতিত্বৰ অভিযোগ ৷ কিন্তু বুধবাৰে আয়োগৰ প্ৰতিবেদন মানিয়েই হিংসাত্মক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিলে কলকাতা…

আফগানিস্তান : তালিবানৰ পতাকা লৈ ‘প্ৰকৃত’ স্বাধীনতা ঘোষণা , দেশৰ পতাকা লৈ পৃথক সমদল

স্বাধীনতা দিৱস আছিল , কিন্তু স্বাধীনতা নাছিল ৷ এই ঘোষণা তালিবানৰ ৷ ক্ষমতা দখলৰ চাৰিদিনৰ পাছত স্বাধীনতা দিৱস পালন কৰি তালিবানে ক’লে-‘আমেৰিকাকক ঘৰৰ মাটিৰ পৰা ওভতাই পঠিয়াই আজি দেশে প্ৰকৃত স্বাধীনতা লাভ কৰিলে ৷’ অৱশ্যে , তালিবানৰ এই বাখ্যাৰ…

জম্মু-কাশ্মীৰত কেনেকৈ নিহত হল ভাৰতীয় সেনা-জোৱান?

জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ সন্দেহজনক গতিবিধিৰ খবৰ পোৱাৰ পিছতে থানামাণ্ডিৰ কাৰিয়ট কালাচ অঞ্চলত উগ্ৰপন্থী বিচাৰি অভিযানত নামিছিল আৰক্ষী আৰু ভাৰতীয় সেনা। বুধবাৰে কাশ্মীৰৰ ৰাজৌৰী জিলাত অনুসন্ধান আৰম্ভ কৰিছিল ভাৰতীয় সেনাৰ এটা বিশেষ দলে। ৰাজৌৰীত…

আফগানিস্তানৰ ভূমিত তলত ১ লাখ কৌটি ডলাৰৰ গুপ্তধন !

তালিবানৰ ক্ষমতা দখলে আফগানিস্তানৰ ভৱিষ্যত আকৌ এবাৰ অনি্শ্চয়তাৰ মাজলৈ ঠেলি দিছে ৷ আফগানিস্তানে এতিয়াৰ পৰা লাভ নকৰিব আমেৰিকাৰ অৰ্থসাহায্য ৷দেশখনৰ নিজা ৰাজহৰ পৰিমানো অত্যন্ত কম ৷যাৰ বাবে আফগানিস্তানৰ ১ কৌটি ৪০ লাখ মানুহ অনাহাৰৰ সন্মুখীন হ’ব…

সাৱধান! ভাৰতত চিনাক্ত কৰা হৈছে নকল ক’ভিড ভেকচিন

দেশত ক'ভিডৰ ক্ষিপ্ৰ টীকাকৰণ চলি থকাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতি যোগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত কভিশ্বিল্ডৰ নকল সংস্কৰণ চিনাক্ত কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে জুলাইৰ পৰা…

নতুন সংকট : অনাহাৰত পৰিব আফগানিস্তানৰ ১.৪০ কৌটি জনতা

তালিবানৰ ক্ষমতা দখলৰ পাছত তীব্ৰ খাদ্য সংকটৰ সৃষ্টি হ’ব পাৰে আফগানিস্তানত ৷ প্ৰায় ১ কৌটি ৪০ লাখ মানুহ অনাহাৰৰ সন্মুখীন হোৱা সম্ভাৱণা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই ৷বিশ্ব খাদ্য প্ৰকল্পৰ প্ৰধান মেৰি মেকগ্ৰোয়াৰ্টিয়ে কাবুলত পৰা বুধবাৰে ৰাষ্ট্ৰসংঘক এই…

আফগানিস্তানৰ পৰা ভাৰতক দু:শ্চিন্তাত পেলোৱা কি খবৰ আহিছে ?

ভাৰতক দু:শ্চিন্তাত পেলাই কাবুললৈ শিপা বিয়পাইছে আল –কায়দা আৰু পাকিস্তানৰ হক্কানি নেটৱৰ্কে ৷ খবৰ দিছে চোৰাংছোৱা সংস্থাই ৷ ২০ বছৰ পাছত তালিবান শাসনলৈ ঘূৰি অহাৰ পাছত এইটোৱে অৱধাৰিত ঘটনা আছিল ৷ যিয়ে ভাৰতৰ ৰক্তচাপ বঢ়াই তুলিছে ৷ কেন্দ্ৰীয়…

কেনে হ’ব আফগানিস্তানৰ চৰকাৰ -প্ৰশাসন ?

তালিবানৰ নেতৃত্বত গঠন হ’বলগীয়া আফগানিস্তান চৰকাৰক লৈ ব্যাপক জল্পনা – কল্পনা আৰম্ভ হৈছে ৷ কিন্তু তালিবান নেতৃত্বই গণতান্ত্ৰিক ব্যৱস্থাৰ বিপৰীতে পৰিষদীয় ৰাষ্ট্ৰব্যৱস্থাৰহে পোষকতা কৰিছে ৷তালিবানৰ শীৰ্ষ নেতা হাইবাতুল্লা আখুন্দজাদাই এই কথা…

আফগানিস্তানক লৈ এতিয়াও কিয় সংশয়ত নতুন দিল্লী ?

মেচিনগান টেবুলত , আলোচনা চলিছে প্ৰশাসনৰ ৷ এইদৰেই তালিবান নেতৃত্ব চৰকাৰ গঠনক লৈ তৎপৰ হৈ উঠিছে ৷দুই – এদিনতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব ৷ সমান্তৰালভাৱে বিভিন্ন দেশৰ নেতৃত্বৰে তালিবানৰ আলোচনাও চলিছে ৷ প্ৰশ্ন উঠিছে – ভাৰতে তালিবানৰ চৰকাৰক…

ভাৰতৰ সৈতে আমদানি – ৰপ্তানি বন্ধ কৰিলে তালিবানে

তালিবানৰ কাবুল দখলৰ প্ৰভাৱ পৰিল ভাৰত আৰু আফগানিস্তানৰ বাণিজ্যিক সম্পৰ্কত ৷দুয়োখন দেশৰ মাজৰ পণ্য পৰিবহণ বন্ধ হৈ পৰিছে ৷ যাৰ ফলত আমদানি আৰু ৰপ্তানি দুয়োটা দিশতে ব্যাপক প্ৰভাৱ পৰিছে ৷ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যনৰ ডিৰেক্টৰ জেনেৰেল অজয়…