Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
আপাদমস্তক দুৰ্নীতিত পোত খাই পৰিছে অসম কো – অপাৰেটিভ এপেক্স বেংক লিমিটেড । বেংকটোৰ শ্বেয়াৰ হোল্ডাৰ আৰু কেইবাগৰাকীও গ্ৰাহকে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ মুখ্য প্ৰবন্ধকলৈ লিখা পত্ৰত উন্মোচন হৈছে বেংকটোৰ ভিতৰচ’ৰাত সংঘটিত এটাৰ পাছত আনটো…
বৰপেটা লোকসভা সমষ্টিত বিজয়ৰ লক্ষ্য তৃণমূল কংগ্ৰেছৰ
নলবাৰী জিলাত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে তৃণমূল কংগ্ৰেছ দল। জিলাখনৰ তিনিওটা বিধান সভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা ব্লক সমিতি গঠন কৰি দলটোৱে সাংগঠনিক ভেটি মজবুত কৰি তুলিছে। নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি জিৎমণি শৰ্মাৰ নেতৃত্বত দলটোৱে…
বিমান বিলাসঃ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিক্ৰিয়া আৰু আমাৰ প্ৰত্যাহ্বান
‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে প্ৰকাশ কৰা মুখ্যমন্ত্ৰীৰ বিমানযাত্ৰা সম্পৰ্কীয় বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিটো প্ৰতিক্ৰিয়া সন্দৰ্ভত আমাৰ উত্তৰ আগবঢ়োৱা হ’ল -…
Exclusive: ৰাজকোষৰ ধনেৰে হেলিকপ্টাৰত উঠি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ বিশেষ অনুসন্ধান
সংগীতা বৰুৱা পিছাৰৌটি , অৰূপ কলিতা, গৌতম গগৈ
গুৱাহাটী, নতুন দিল্লী, ০৩ ফেব্ৰুৱাৰীঃ
ৰাজ্যৰ অৰ্থনীতিক ডেৰ লাখ কোটি টকাৰ ঋণত ডুবাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা…
বিকশিত ভাৰতত ব্যৰ্থতাৰ উদাহৰণ
দেশজুৰি আৰম্ভ হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা । গাঁৱে গাঁৱে , পঞ্চায়তে পঞ্চায়তে চলিছে মোদী চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা । কোৱা হৈছে ১৪০ কোটি ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙাবলৈ চলিছে এই যাত্ৰা । কিন্তু এই প্ৰতিবেদনত আমি দেখুৱাবলৈ লৈছো মোদী…
কিয় নীতিশৰ বাবে বন্ধ দুৱাৰ খুলি দিলে বিজেপিয়ে ?
বেছি দিন পুৰণি নহয় । ২০২৩ চনৰ ১৩ এপ্ৰিলত বিহাৰৰ মাটিত থিয় হৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে নীতিশ কুমাৰৰ দুৱাৰ বিজেপিত চিৰকাললৈ বন্ধ হ’ল । তাৰ পাছত মাত্ৰ ৮ মাহ । ৮ মাহ পাছতেই বিহাৰত বিজেপিয়ে খুলি দিলে নীতিশ কুমাৰৰ বাবে বন্ধ হৈ…
ৰাম মন্দিৰ মুকলিৰ পূৰ্বে কোনে চ’ছিয়েল মিডিয়াত আপলোড কৰিলে সংবিধানৰ প্ৰস্তাৱনা ?
সোমবাৰে অযোধ্যাত বহু প্ৰত্যাশিত ৰাম মন্দিৰ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই অনুষ্ঠানত অংশ লয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি ৭০০০…
পোষ্টেল বেলটত বিজয়ী কংগ্ৰেছ ই ভি এমত হাৰে কিয় ?
ই ভি এমৰ ব্যৱহাৰক লৈ দেশজুৰি আকৌ আৰম্ভ হৈছে প্ৰবল বিতৰ্কৰ । ই ভি এমৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন তুলি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া”ই বাৰম্বাৰ নিৰ্বাচন আয়োগৰ সাক্ষাৎ বিচাৰিছে যদিও বিৰোধীক সাক্ষাৎ কৰিবলৈ সন্মত নহয় নিৰ্বাচন আয়োগ । ই ভি এমক লৈ…
পেগাচাছে পিছ এৰাই নাই !
পেগাচাছ! এটা স্পাই ছফ্টৱেৰ। যিটো ছফ্টৱেৰ এবাৰ কাৰোবাৰ মোবাইলত প্ৰৱেশ কৰিলে সেই মোবাইলটোৰ সকলোবোৰ তথ্য ছফ্টৱেৰটোৱে অভিগম (access) কৰি লয়। এই ছফ্টৱেৰটো গোপনে বহু দূৰত থাকিয়েই কাৰোবাৰ মোবাইলত ইনষ্টল কৰিব পাৰি আৰু ই ইমানেই শক্তিশালী যে আইফোনৰ…
এটকা,দুটকা নহয়,৪০ হাজাৰ কোটি খালে ক’ভিডৰ নামত !
ক’ভিডৰ নামত দেশৰ বিভিন্ন প্ৰান্তত ২০২০ চনত হৈছিল ভয়ংকৰ কেলেংকাৰী।অৱশ্যে ক’ভিড কেলেংকাৰী সংঘটিত প্ৰায়বোৰ ৰাজ্যই বিজেপি শাসিত হোৱা বাবে সেই ৰাজ্যবোৰৰ চৰকাৰৰ বিৰুদ্ধে ED,CBI আদিকে ধৰি কোনো চৰকাৰী সংস্থাই তদন্ত চলোৱা নাই।কিন্তু আশ্চৰ্যজনকভাৱে…