সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা ভেকছিন: আমেৰিকাৰ তথ্য চুৰি কৰিছে কোনে?

আমেৰিকাৰ ক’ৰোনা ভেকছিন সম্পৰ্কীয় গৱেষণাৰ তথ্য চুৰি কৰিবলৈ চেষ্টা চলাইছে চীনে৷ হেকাৰৰ জড়িয়তে চীনে এই চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই৷ আজি 'নিউয়ৰ্ক টাইমছ' কাকতত প্ৰকাশিত খবৰ অনুসৰি আমেৰিকান চোৰাংছোৱা সংস্থা এফ বি আই আৰু দেশখনৰ…

ক’ৰোনা: ভাৰত বিশ্বৰ ৮ নম্বৰত

বিশ্বজুৰি মহামাৰীৰ সূচনা কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমন এতিয়াও দেশে দেশে অব্যাহত আছে ৷ভাৰততো শেহতীয়াকৈ ক’ৰোনাৰ সংক্ৰমনে ভয়াবহ ৰূপ লৈছে৷ কিন্তু তাৰ মাজতো আশাৰ খবৰটো হ’ল – বহু ৰোগী সুস্থ হৈ ইতিমধ্যে ঘৰলৈ ঘূৰি গৈছে৷ চিকিৎসাধীন হৈ থকা ৰোগীৰ…

ক’ৰোনা : ৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতে

৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই৷ অৱশ্যে সোমবাৰৰ দিনটোত ভাৰতত ক’ৰোনা সংক্ৰমনৰ হাৰ কিছু হ্ৰাস পাইছে৷ • সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ৩৬০৪ গৰাকী লোক ক’ভিড ১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷এতিয়া দেশখনত মুঠ ক’ৰোনা ৰোগীৰ…

ছাত্ৰৰ বাবে বেয়া খবৰ ৷কটনত আসন কমিল ৷

কটনত উচ্চতৰ মাধ্যমিকৰ আসন হ্ৰাস অসমৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বেয়া খবৰ। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত হ্ৰাস কৰা হল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আসন।বিজ্ঞান শাখাত ১৮০ খন আৰু কলা শাখাত ৪০ খন আসন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয়ৰ…

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা।

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা। প্ৰাৰম্ভিক অৱস্থাত বিভিন্ন স্থানৰ পৰা ১৫ খন ৰেল চলিব আৰু অনলাইন টিকটৰ বাবে IRCTC ৱেবচাইট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে।সন্ধিয়া ৭.৩০ বজালৈ মুঠ ১৮ হাজাৰ টিকট বুকিং হোৱা বুলি ভাৰতীয় ৰেলৱেৰ…

গুজৰাট,দিল্লীৰ মুখ্যমন্ত্ৰী য়ে কি কলে প্ৰধানমন্ত্ৰীক?

Containment zone ৰ বাহিৰে দিল্লীৰ বাকী অংশত অৰ্থনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিবলৈ দিব লাগে- এই দাবী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত হোৱা ভিডিও কনফাৰেন্সৰ সময়ত কেজৰিৱালে কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক…

গুৱাহাটীত কোৱাৰেণ্টাইনত মৃত্যু

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনতে মৃত্যু ঘটে তনুৰাম শইকীয়া নামৰ এজন ব্যক্তিৰ৷ দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত আছিল৷ মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে ৪০ দিন আবদ্ধ হৈ থাকি যোৱা ৫ মে’ত মুম্বাইৰ পৰা…

দুবছৰলৈ নোলায় ক’ৰোনাৰ ভেকছিন৷-ক’লে বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াই

দুবছৰলৈ ক’ৰোনা ভাইৰাছৰ ভেকছিন প্ৰস্তুত হোৱা কোনো সম্ভাৱনা নাই৷ সেইবাবে দেশসমূহে ভাইৰাছৰ লগত দীঘলীয়া সময় একেলগে বাস কৰিবলৈ সাজু হোৱা উচিত৷ -এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ কংৰোনা সংক্ৰান্তীয় বিশেষ দূত ডেভিড নাবাৰোৰ৷’দ্য ইণ্ডিয়ান…

চলাচল আৰম্ভ হ’ব যাত্ৰীবাহী ৰেলৰ ! কৰপৰা কেনেকৈ পাব টিকট ?

চলাচল আৰম্ভ হ’ব যাত্ৰীবাহী ৰেলৰ কৰপৰা কেনেকৈ পাব টিকট কেতিয়া আৰম্ভ হ’ব বুকিং ভাৰতীয় ৰেলৱে আৰম্ভ কৰিব লৈছে যাত্ৰীবাহী ৰেল সেৱা ৷ ১২ মে’ৰ পৰা চলিব বিশেষ ৰেল ৷ প্ৰথম ১৫ খন ৰেল চলিব নিউ দিল্লী ষ্টেচনৰ পৰা ৷ ট্ৰেইন চলিব ক্ৰমে ডিব্ৰুগড় ,…