The CrossCurrent Bureau

The CrossCurrent Bureau

ক’ৰোনাতকৈ ভয়াৱহ : ৬৮ % ৰ মৃত্যুৰ কাৰণ

ভাৰতত ৫ বছতৰতকৈ কম বয়সৰ শিশুৰ ৬৮ শতাংশৰে মৃত্যুৰ কাৰণ হ’ল শিশু আৰু মাকৰ অপুষ্টি৷ শেহতীয়াকৈ প্ৰকাশ পোৱা ‘ইণ্ডিয়া ষ্টেট ডিজিজ বাৰ্ডেন ইনিটিয়েটিভ’ শীৰ্ষক এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনৰ মতে ,২০০০ চনৰ তুলনাত ২০১৭ চনলৈ শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত…

পুনৰ বাতিল ৰে’লৰ চলাচল

দেশত ক’ৰোনাৰ সংক্ৰমনে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিপ্ৰেক্ষিতত সকলো যাত্ৰীবাহী ৰে’লৰ চলাচল পুণৰ বাতিল কৰিছে ৰে’ল বিভাগে৷ অহা ৩০ জুনলৈকে কোনো যাত্ৰীবাহী ৰে’ল নচলোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ উল্লেখ্য যে ,যোৱা ১২ মে’ৰ পৰা আৰম্ভ হৈছিল ১৫ খন বিশেষ ৰে’লৰ…

ক’ৰোনা : চীনক অতিক্ৰম কৰাৰ পথত ভাৰত

ভয়াৱহ ৰূপত বাঢ়িছে দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যা৷ কেৱল বুধবাৰৰ দিনটোতে অসমত ১৫ গৰাকী লোক নতুনকৈ ক’ভিড ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ • ভাৰতত বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ৩,৭২২ গৰাকী লোক৷ বৰ্তমান মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৭৮,০০৩ ৷ •…

আজি ১৪ মে’ৰ লগত আছে ফেচবুকৰ বিশেষ সম্পৰ্ক

আজি ১৪ মে’৷ আজিৰ দিনটোৰ কেইটামান বিশেষ ঘটনা জানি লওঁ আহক- • ১৯৭৩:আমেৰিকাৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে সেনা বাহিনীত মহিলাক সমঅধিকাৰ প্ৰদান কৰে৷ • ১৯৮৪: ফেচবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গৰ জন্ম৷ • ১৯৯১: নেলচন মেণ্ডেলাৰ পত্নীক অপহৰণৰ গোচৰত ৬ বছৰৰ কাৰাদণ্ড৷ • ১৯৯২:…

অহা ৬মাহত ভাৰতত হ’ব পাৰে ৩ লাখ শিশুৰ মৃত্যু- ইউনিচেফৰ সতৰ্কবাণী

ক’ৰোণা ভাইৰাছৰ ভয়ংকৰ আক্ৰমণত বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰ স্বাস্থ্যসেৱাৰ ওপৰত প্ৰচুৰ চাপৰ সৃষ্টি হৈছে। বৰ্তমান পৰিস্থিতিত দেশসমূহৰ স্বাস্থ্যখণ্ডৎ প্ৰায় সকলোখিনি সা-সুবিধা ক’ৰোণাৰ ৰোগাক্ৰান্তৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব লগা হৈছে। এনে পৰিস্থিতিত স্বাস্থসেৱাৰ অনুকুলতাৰ বাবে শিশু স্বাস্থ্যৰ ওপৰত যে অতি বিৰূপ…

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ টিপ্পনী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০ লাখ কোটি টকাৰ আর্থিক পেকেজক এইবাৰ কটাক্ষ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ৷ টুইট কৰি চিদাম্বৰমে কয়- ”কালি প্ৰধানমন্ত্ৰীয়ে আমাক এটা হেডলাইন দিলে আৰু লগত দিলে এখন উকা কাগজ৷ সেয়েহে প্ৰধানমন্ত্ৰীৰ ঘোষণাক লৈ মোৰো প্ৰতিক্ৰিয়া স্বাভাৱিকভাবে খালী হৈয়েই…

২০ লাখ কৌটিত কেইটা শূণ্য ?

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কৌটিৰ পেকেজক লৈ চলিছে ব্যাপক চৰ্চা ৷ আজি কমেডিয়ান কুণাল কামৰাই টুইটাৰত বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰক উদ্দেশ্যি প্ৰশ্ন কৰে- ২০ লাখ কৌটিত কেইটা শূণ্য থাকে? ইয়াৰ পিছতে ‘শূণ্য’ৰ প্ৰসংগ ব্যাপক ৰূপত চৰ্চিত হৈছে৷ ইয়াৰ আচল…

প্ৰধানমন্ত্ৰীক কটাক্ষ প্ৰশান্ত কিশোৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিশা দেশবাসীক উদ্দেশ্যি দিয়া বক্তব্যক লৈ সপক্ষে -বিপক্ষে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ২০ লাখ কৌটিৰ পেকেজক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী গৰাকীক কটাক্ষ কৰিছে খ্যাতনামা নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে ৷ শেহতীয়া টুইটত তেওঁ কয় –‘হয়…

সংশোধিত শ্ৰম আইনে কঢ়িয়াই অনা ভয়াৱহ ভৱিষ্যত

“এই শ্ৰম আইন সংশোধনৰ ফল যে দীৰ্ঘম্যাদী আৰু ভয়াবহ হ’ব সেয়া স্পষ্ট । এবাৰ কামৰ সময় ১২ ঘণ্টা বুলি প্ৰতিষ্ঠিত হোৱাৰ পিছত আকৌ ৮ ঘণ্টা যে সহজেই নহ’ব সেয়াও স্পষ্ট । লাহে লাহে এই নিয়ম বেংক আদি আন খণ্ডলৈও বিস্তাৰিত…

পেকেজৰ আচল গণিত : ঘোষণা ২০ লাখ কৌটিৰ ,খৰচ কৰিব ৪.২ লাখ কৌটি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক সম্বোধন কৰি ২০ লাখ কৌটি টকাৰ আৰ্থিক পেকেজ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ যাক ‘আত্মনিৰ্ভৰশীল ভাৰত অভিযান যোজনা’ নাম দিয়া হৈছে৷ তেওঁ এই কথাও উনুকিয়াই থৈ যায় যে এই পেকেজৰ ভিতৰত ইয়াৰ পূৰ্বে ৰিজাৰ্ভ বেংক…