The CrossCurrent Bureau

The CrossCurrent Bureau

ক’ৰোনা বুলেটিন : এদিনত ১২২ গৰাকীৰ মৃত্যু

ভাৰতত ক’ৰোনাৰ দ্ৰুত সংক্ৰমন অব্যাহত আছে ৷ • মঙলবাৰৰ দিনটোত ৩৫২৫ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয়৷ মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১২২৷ • ভাৰতত এতিয়ালৈকে মুঠ ৭৪,২৮১ গৰাকী ব্যক্তি ন’ভেল ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ২,৪১৫ গৰাকী ৰোগীৰ মৃত্যু…

১৩ মে’ , লালকিল্লা আৰু লাৰা দত্ত

আজি ১৩ মে’।ইতিহাসত আজিৰ দিনটোৰ কি গুৰুত্ব জানি লওঁ আহক- ১৬৪৩:চিলিত হোৱা ভূমিকমপত ছান্টিয়াগো চহৰৰ এক তৃতীয়াংশ লোকৰ মৃত্যু। ১৬৪৮:দিল্লীৰ লালকিল্লাৰ নিৰ্মাণ সম্পূৰ্ণ। ১৯৬২: সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ দ্বিতীয়বাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত। ২০০০: ভাৰতীয় সুন্দৰী লাৰা দত্তই মিছ ইউনিভাৰ্ছ খিতাপ লাভ…

কাৰ্তিক আৰ্য়ানে কোন অভিনেত্ৰীৰ লগত কোৱাৰেন্টাইন কৰিব খোজে?

নিৰ্জন দ্বীপ এটাত আপোনাক অকলে থাকিবলৈ  দিলে লগত কাক নিবলৈ বিচাৰিব? সাক্ষাৎকাৰত সঘনে সোধা এটা প্ৰশ্ন৷ একেটা প্ৰশ্নই সোধা হৈছিল বলীউদৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰ্য়ানক৷ কিন্তু এই প্ৰশ্নৰ উত্তৰত কাৰ্তিক আৰ্য়ানে যি উত্তৰ দিলে সেয়া শুনি বহু অভিনেত্ৰীৰ সপোন চূৰমাৰ…

ক’ৰোনা ভেকছিন: আমেৰিকাৰ তথ্য চুৰি কৰিছে কোনে?

আমেৰিকাৰ ক’ৰোনা ভেকছিন সম্পৰ্কীয় গৱেষণাৰ তথ্য চুৰি কৰিবলৈ চেষ্টা চলাইছে চীনে৷ হেকাৰৰ জড়িয়তে চীনে এই চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাই৷ আজি ‘নিউয়ৰ্ক টাইমছ’ কাকতত প্ৰকাশিত খবৰ অনুসৰি আমেৰিকান চোৰাংছোৱা সংস্থা এফ বি আই আৰু দেশখনৰ আভ্যন্তৰীন নিৰাপত্তা আৰু পৰিকল্পনা…

ক’ৰোনা: ভাৰত বিশ্বৰ ৮ নম্বৰত

বিশ্বজুৰি মহামাৰীৰ সূচনা কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমন এতিয়াও দেশে দেশে অব্যাহত আছে ৷ভাৰততো শেহতীয়াকৈ ক’ৰোনাৰ সংক্ৰমনে ভয়াবহ ৰূপ লৈছে৷ কিন্তু তাৰ মাজতো আশাৰ খবৰটো হ’ল – বহু ৰোগী সুস্থ হৈ ইতিমধ্যে ঘৰলৈ ঘূৰি গৈছে৷ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যাৰ ফালৰ…

ক’ৰোনা : ৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতে

৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই৷ অৱশ্যে সোমবাৰৰ দিনটোত ভাৰতত ক’ৰোনা সংক্ৰমনৰ হাৰ কিছু হ্ৰাস পাইছে৷ • সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ৩৬০৪ গৰাকী লোক ক’ভিড ১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷এতিয়া দেশখনত মুঠ ক’ৰোনা ৰোগীৰ সংখ্যা হ’ল ৭০,৭৫৬…

ছাত্ৰৰ বাবে বেয়া খবৰ ৷কটনত আসন কমিল ৷

কটনত উচ্চতৰ মাধ্যমিকৰ আসন হ্ৰাস অসমৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বেয়া খবৰ। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত হ্ৰাস কৰা হল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আসন।বিজ্ঞান শাখাত ১৮০ খন আৰু কলা শাখাত ৪০ খন আসন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।এইবাৰ বিজ্ঞানৰ…

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা।

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা। প্ৰাৰম্ভিক অৱস্থাত বিভিন্ন স্থানৰ পৰা ১৫ খন ৰেল চলিব আৰু অনলাইন টিকটৰ বাবে IRCTC ৱেবচাইট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে।সন্ধিয়া ৭.৩০ বজালৈ মুঠ ১৮ হাজাৰ টিকট বুকিং হোৱা বুলি ভাৰতীয় ৰেলৱেৰ তৰফৰ…

গুজৰাট,দিল্লীৰ মুখ্যমন্ত্ৰী য়ে কি কলে প্ৰধানমন্ত্ৰীক?

Containment zone ৰ বাহিৰে দিল্লীৰ বাকী অংশত অৰ্থনৈতিক কাৰ্যকলাপ আৰম্ভ কৰিবলৈ দিব লাগে- এই দাবী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত হোৱা ভিডিও কনফাৰেন্সৰ সময়ত কেজৰিৱালে কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থালৈ চাই অৰ্থনৈতিক কামকাজ সমূহ আৰম্ভ কৰাটো জৰুৰী…

গুৱাহাটীত কোৱাৰেণ্টাইনত মৃত্যু

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনতে মৃত্যু ঘটে তনুৰাম শইকীয়া নামৰ এজন ব্যক্তিৰ৷ দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত আছিল৷ মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে ৪০ দিন আবদ্ধ হৈ থাকি যোৱা ৫ মে’ত মুম্বাইৰ পৰা এম্বুলেঞ্চেৰে ঘূৰি আহিছিল।…