The CrossCurrent Bureau

The CrossCurrent Bureau

বাৰত বিক্ৰী হ’ব সুৰা…

অৱশেষত সুৰা বিক্ৰীৰ বাবে খুলিল বাৰ আৰু ৰেষ্টুৰেন্ট৷ কৰ্ণাটক চৰকাৰে শেহতীয়া এক নিৰ্দেশনাযোগে ৰাজ্যখনৰ বাৰ আৰু ৰেষ্টুৰেন্টসমূত সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে৷ কিন্তু বাৰত বহি কোনেও সুৰাপান কৰিব নোৱাৰিব৷ বাৰসমূহে খুচুৰা মূল্যত গ্ৰাহকক সুৰা বিক্ৰী কৰিব লাগিব৷ অহা ১৭ মে’…

ক’ৰোনা:ত্ৰিপুৰাত ভয়াৱহ হৈছে পৰিস্থিতি

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে৷কেৱল শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত ৩০ গৰাকী লোক নতুনকৈ ক’ৰোণাত আক্ৰান্ত হয়৷ ইয়াৰে ২৫ গৰাকী লোক বি এছ এফ জোৱান৷ তেওঁলোক আম্বাছাত থকা ৮৬ নং বি এছ এফ কেম্পত কৰ্মৰত আছিল৷ ৪ গৰাকী ১৩৮নং…

ক’ৰোনাৰ শেহতীয়া খবৰ: ভাৰতত ২৪ ঘন্টাত মৃত্যু ….

ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ৬০ হাজাৰৰ সীমা চোৱাৰ পথত৷ ক্ৰমাগতভাৱে তৃতীয় দিনাৰ বাবে কালিৰ দিনটোতো ৩ হাজাৰতকৈ অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷ আনহাতে মৃতকৰ সংখ্যাও ১,৯৮১ জনলৈ বৃদ্ধি পাইছে৷ • যোৱা ২৪ ঘন্টাত ভাৰতত মৃত্যু হৈছে ৯৫ গৰাকী…

আজি ৯ মে’ আৰু তাজমহলৰ মাজত কি সম্পৰ্ক?

কেবাটাও কাৰণত আজি ৯ মে’ৰ দিনটো মনত ৰাখিবলগীয়া৷ তাৰ ভিতৰত কেইটামান বিশেষ ঘটনা- আজিৰ দিনটোতে মোগল বাদশ্বাহ ছাহজাহানে বেগম মমতাজৰ স্মৃতিত তাজমহলৰ নিৰ্মান সম্পূৰ্ণ কৰিছিল৷ ২২ বছৰৰ নিৰন্তৰ শ্ৰমৰ অন্তত ১৬৫৩ খৃষ্টাব্দৰ আজিৰ দিনটোত এই নিৰ্মান শেষ হৈছিল৷ ১৫০২: পৰিব্ৰাজক…

ডেন্টেল কলেজতো ক’ৰোনা: আক্ৰান্ত হ’ল দ্বীপা

অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোতে ৰাজ্যখনত নতুনকৈ ৬ জন লোক এই ভয়াৱহ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়৷ ইয়াৰে ৫ জন লোক কাছাৰৰ আৰু তেওলোক আটাইকেইজন ৰাজস্থান ফেৰৎ৷ আনগৰাকী ক’ৰোনা আক্ৰান্ত ৰোগী হৈছে গুৱাহাটীৰ আঞ্চলিক দন্ত চিকিৎসা…

ক’ৰোনাৰ ত্ৰাস- ‘চুপাৰ পাৱাৰ’আমেৰিকাত অজস্ৰ শিশুৰ বাবে ঘটিছে খাদ্যৰ অভাৱ

কোৰোণাৰ ত্ৰাসত তছনছ হৈছে বিশ্বৰ অৰ্থনীতি। পুঁজিপতি দেশসমূহো হাৰি যোৱা নাই এই ত্ৰাসৰ পৰা। বিশ্বৰ শক্তিশালী দেশ আমেৰিকাৰ আভ্যন্তৰীণ অৰ্থনৈতিক পৰিকাঠামোত তীব্ৰ কোব সোধাইছে। শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশিত অনুসৰি আমেৰিকাত দেখা দিছে খাদ্য সংকটে। বিশেষকৈ ১২বছৰৰ ভিতৰৰ শিশুসকল ভুগিছে ঘৰুৱা…

বন্ধ হ’ল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান,গুৱাহাটী হ’ব নেকি অৰেঞ্জ জ’ন?

বিগত ২৪ ঘন্টাত অসমৰ ৮ জনকৈ লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰোনাত ৷ ইয়াৰে ৪ গৰাকীয়ে হ’ল গুৱাহাটী মহানগৰীৰ৷ আক্ৰান্ত সকলৰ ভিতৰত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ এগৰাকী ছাত্ৰও৷আনহাতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আবাসিক অঞ্চলত মৃত্যু হোৱা এগৰাকী কিশোৰীৰ দেহতো…

মহামাৰীৰ মাজত নতুন জীৱন: ভাৰতত জন্ম হ’ব ২.১০ কৌটি শিশু

মহামাৰীৰ সংঘাতৰ মাজতে আহিছে নতুন জীৱনৰ খবৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে চলিত বছৰৰ মাৰ্চ মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ বিশ্বত ১১ কৌটি ৬০ লাখ শিশুৰ জন্ম হ’ব৷ আৰু জন্মৰ তালিকাৰ শীৰ্ষস্থানত থাকিব ভাৰত৷ সংস্থাটোৰ মতে ভাৰতত এই সময়ছোৱাত জন্ম…

ভাগৰত শুই গ’ল ৰেলৱে ট্ৰেকত, প্ৰাণ গ’ল ১৪ শ্ৰমিকৰ

এফালে ক’ৰোনা ,আনফালে লকডাউনে যেন চেপি খুন্দি আনিছে খাটি খোৱা লোকৰ জীৱন৷জীৱিকাৰ তাড়নাত বহি:ৰাজ্যলৈ যোৱা বহু শ্ৰমিক এতিয়া পদব্ৰজে উভটিছে নিজৰ ঘৰলৈ৷ ঘৰলৈ ওভতাৰ পথতে আজি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত সংঘটিত হ’ল এটা অত্যন্ত শোকাৱহ ঘটনা৷ ৰাজ্যখনৰ ভুছৱাল নামৰ ঠাইৰ পৰা…

ক’ৰোনা:অসমত নতুনকৈ আক্ৰান্ত ৮ জন ৷কোন ৰাজ্যত সৰ্বাধিক ?

বিগত ২৪ ঘন্টাত দেশত ৩হাজাৰতকৈ অধিক লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছ সংক্ৰমিত হৈছে৷ইয়াৰ ভিতৰত অসমত কালিৰ দিনটোত আক্ৰান্ত হোৱা ৮ জন লোকো আছে ৷বৰ্তমান ভাৰতত ক’ৰোনা আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৫৬,৩৪২ গৰাকী৷ইয়াৰে ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে…