সীমা সংঘাতৰ মুখলৈ ভাৰত নেপাল
পুনৰ ভাৰতৰ ভূমি নিজৰ বুলি দাবী কৰিলে নেপালে ৷ ভাৰতৰ কালাপানী , লিপুলেখ আৰু লিমপিয়াধৰা অঞ্চলক নিজৰ মানচিত্ৰত অন্তঃৰ্ভুক্ত কৰিছে নেপালে 
৷দাহালৰ উদ্গনিত বেইজিং মহলৰ মন্ত্ৰণাত ভাৰতৰ বিৰুদ্ধে কূটনৈতিক সংঘাতৰ পথ বাছি লৈছে নেপাল চৰকাৰে ৷