সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভোকেল ফৰ লোকেল : চেতন ভগতে এয়া কি ক’লে ?

আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ‘ভোকেল ফৰ লোকেল’ হ’বলৈ আহ্বান জনাইছিল৷ মঙলবাৰে কৰা সম্বোধনৰ সময়ত তেওঁ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ আহ্বানো জনাইছিল৷ কিন্তু মোদীৰ সমৰ্থক বুলি পৰিচিত জনপ্ৰিয় লেখক চেতন ভগতে এইবাৰ প্ৰধানমন্ত্ৰীগৰাকীক এক টুইটযোগে আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ শেহতীয়া টুইটটোত তেওঁ লিখে-‘আত্মনিৰ্ভৰ হোৱা অৰ্থ এইটো নহয় যে গ্ৰাহকক অনুপযুক্ত সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰোৱা৷ আত্মনিৰ্ভৰশীল হোৱাৰ অৰ্থ এইটো হ’ব লাগে যে ভাৰতে নিজৰ উৎপাদন ইমানেই সুন্দৰ কৰক যে গ্ৰাহকে যেন আন সামগ্ৰীৰ সলনি সেয়া বাছি লয়৷’

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.