সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জন্মু- কাশ্মীৰত নিহত ৫ সন্ত্ৰাসবাদী

কাশ্মীৰৰ পুলৱামা আৰু বুদগামত সংঘটিত সংঘৰ্ষৰ ঘটনাত জইছ – ই – মহম্মদৰ কামাণ্ডাৰসহ ৫ জন সন্ত্ৰাসবাদী নিহত হৈছে ৷ নিহত সন্ত্ৰাসবাদী কেইজনৰ ৪ জনেই বিদেশী ৷ আনহাতে , এজন সন্ত্ৰাসবাদী লস্কৰ –ই- তৈবাৰ লগত জড়িত ৷ জন্মু-কাশ্মীৰ পুলিচে জনোৱা অনুসৰি , শেহতীয়া ১২ ঘন্টাত পাকিস্তানী পৃষ্ঠপোষকতাপ্ৰাপ্ত লস্কৰ –ই- তৈবা আৰু জইছ- ই- মহম্মদৰ ৫ জন সন্ত্ৰাসবাদী দুটা পৃথক এনকাউন্টাৰৰ ঘটনাত নিহত হৈছে ৷

Leave A Reply

Your email address will not be published.