সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

world

২০২২ বৰ্ষৰ ৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান, ‘কোডা’ ছবিলৈ শ্ৰেষ্ঠ অস্কাৰ বঁটা

দেওবাৰে একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ (এএমপিএএছ)ৰ দ্বাৰা প্ৰদান কৰা হয় ৯৪ সংখ্যক অস্কাৰ বঁটা। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ১ মাৰ্চৰ পৰা ৩১ ডিচেম্বৰ ২০২১-ৰ ভিতৰত মুক্তি প্ৰাপ্ত শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক সন্মানিত কৰা হয় এই…

ৰাছিয়াৰ আক্ৰমণ : ইউক্ৰেইনৰ পাঁচটা আহ্বান

ৰাছিয়াৰ মিছাইল আক্ৰমণত ইউক্ৰেইনৰ কেবাটাও প্ৰান্ত ধ্বংসস্তুপত পৰিণত হৈছে ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই বিশ্ব সমুদায়লৈ পাঁচটা বিশেষ আহ্বান জনাইছে ৷ তেওঁ কয় যে ইউক্ৰেইনে নিজৰ সুৰক্ষা নিশ্চিত কৰিব আৰু যুদ্ধত বিজয়…

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানি

আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানিয়ে বৰ্তমান ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, গৌতম আদানিৰ মুঠ সম্পত্তি ৮৮.৫ বিলিয়ন ডলাৰ। আনহাতে, মুকেশ আম্বানীৰ…

বিশ্ববাসী আজি সাক্ষী হ’ব এক বিৰল মহাজগতিক পৰিঘটনাৰ

আজি সমগ্ৰ পৃথিৱীবাসী সাক্ষী হৈ ৰৱ এক বিৰল মহাজগতিক পৰিঘটনাৰ। আকাশমাৰ্গত আজি খালী চকুৰেই প্ৰত্যক্ষ কৰিব পাৰিব বৃহস্পতি গ্ৰহক। মাজনিশা চন্দ্ৰৰ নিচেই কাষ চাপিব বৃহস্পতি গ্ৰহ আৰু যদিহে তেলিস্কোপ ব্যৱহাৰ কৰি চাই তেন্তে অধিক স্পষ্ট ৰূপত দেখা যাব…

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস: বিশ্বত প্ৰতি ৪০ ছেকেণ্ডত একোজনকৈ লোকৰ মৃত্যু হয় আত্মহত্যাত

আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস- বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদন অনুসৰি, বিশ্বজুৰি আত্মহত্যা কৰা পুৰুষৰ সংখ্যা মহিলাৰ তুলনাত দুগুণ। পৃথিৱীত প্ৰতি ৪০ ছেকেণ্ডত আত্মহত্যাত একোজনকৈ লোকৰ মৃত্যু হয়। বিশ্বজুৰি আত্মহত্যাকৰাৰ প্ৰৱণতা…

৫০ লাখ অতিক্ৰম কৰিলে ক’ৰোনাত আক্ৰান্তৰ সংখ্যাই

যোৱা ২৪ ঘণ্টাত বিশ্বত ৰেকৰ্ড সংখ্যক ১ লাখ ৬ হাজাৰ গৰাকী ক'ৰোনাত আক্ৰান্ত হৈছে।বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা অনুসৰি ইয়াৰ দুই তৃতীয়াংশ কেৱল চাৰিখন দেশ ভাৰত, আমেৰিকা, ৰাছিয়া আৰু ব্ৰাজিলত আক্ৰান্ত হৈছে। অন্য়হাতে সমগ্ৰ বিশ্বত ক'ৰোনাত আক্ৰান্তৰ…