সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

viratkohli

টি২০ দলৰ অধিনায়ক হিচাপে শেষ বাৰ্তা কি দিলে বিৰাট কোহলিয়ে ?

টি ২০ দলৰ আধিনায়ক হিচাপে ৫০ খন মেচ খেলিছে বিৰাট কোহলিয়ে ৷ ৩২ খন বিজয়, ১৬ খনত পৰাজয় ৷ ২ খনৰ ফলাফল অমিমাংসিত ৷ কোহলিৰ নেতৃত্বত এইবাৰেই প্ৰথম টি ২০ বিশ্বকাপত অৱতীৰ্ণ হৈছিল ভাৰত৷ কিন্তু ফলাফল আশ্প্ৰদ নহ’ল ৷ ইয়াৰ পাছতেই বিৰাট কোহলিয়ে টি ২০ দলৰ…

টি২০ বিশ্বকাপৰ শোচনীয় প্ৰদৰ্শনৰ বাবে ৰোহিত শৰ্মাই কাক জগৰীয়া কৰিলে ?

আফগানিস্তানৰ বিৰুদ্ধে টি ২০ বিশ্বকাপত প্ৰথম জয়ৰ মুখ দেখিলে ভাৰতে ৷ কিন্তু এতিয়াও ছেমি ফাইনেলত ভাৰতৰ প্ৰৱেশ নিৰ্ভৰ কৰিব নিউজিলেণ্ডৰ প্ৰদৰ্শনৰ ওপৰত ৷ কিন্তু আফগানিস্তানৰ বিৰুদ্ধে বিজয়ৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ উপ অধিনায়ক ৰোহিত শৰ্মাই অন্য এক…

টি-২০ বিশ্বকাপৰ পিছত কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক?

টি-২০ বিশ্বকাপৰ পাছতে বিৰাট কোহলীয়ে এৰিব ভাৰতীয় টি-২০ ক্ৰিকেট দলৰ নেতৃত্ব। অধিনায়ক হিচাপে এইটোৱে হ’ব কোহলীৰ অন্তিম টি-২০ বিশ্বকাপ। কোহলীয়ে ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। অৱশ্যে কোহলীয়ে…

কোন জ্যেষ্ঠ খৈলুৱৈয়ে কোহলিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে BCCIত?

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে কিছু দিন পূৰ্বো টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিব বুলি ঘোষণা কৰি সকলোকে হতবাক কৰিছিল। বিৰাট কোহলিয়ে ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পিছত টি-২০ ৰ অধিনায়কত্ব হস্তান্তৰ কৰিব। আমাৰ হাতত আহি পৰা খবৰ অনুসৰি টীম…

কোহলিয়ে উপ-অধিনায়ক পদৰ পৰা আঁতৰাব বিচাৰিছিল ৰোহিতকঃ কিন্তু নিজেই অধিনায়কত্ব এৰিলে কিয়?

ভাৰতৰ ৰাণ মেচিন বিৰাট কোহলিয়ে বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে তেওঁ টীম ইণ্ডিয়াৰ টি-২০ ফৰ্মেটৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিব। অক্টোবৰ অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে কোহলীয়ে টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিলে। অৱশ্যে কোহলি টেষ্ট আৰু…

অধিনায়কৰ পদ এৰিলে বিৰাট কোহলিয়ে

ভাৰতীয় টি -২০ ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি ল’ব বিৰাট কোহলিয়ে ৷ দেশৰ তাৰকা ক্ৰিকেটাৰ গৰাকীয়ে সদৰী কৰা অনুসৰি আগন্তুক টি ২০ বিশ্বকাপৰ পাছতেই নেতৃত্বৰ পৰা তেও অব্যাহতি ল’ব ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ লগত আলোচনা কৰিয়েই…