সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

upsc

UPSC পৰীক্ষাত একেলগে উত্তীৰ্ণ হোৱা দুই ভগ্নীয়ে কেনেদৰে প্ৰস্তুতি চলাইছিল?

কিছুদিন পূৰ্বে ঘোষণা কৰা হল ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ ফলাফল। দেশৰ সৰ্বোচ্চ মেধা সম্পন্ন পৰীক্ষাৰ্থীৰ মাজৰ পৰা চলিত বছৰৰ বাবে নিৰ্বাচন কৰি উলিওৱা হল ৭৭২ গৰাকীকৈ প্ৰশাসনিক সেৱাৰ বিষয়া। কিন্তু দেশৰ এই ৭৭২ গৰাকী সু-সন্তানৰ মাজত…

২০১৫ বৰ্ষত শীৰ্ষ স্থানপ্ৰাপ্ত টিনাৰ ভগ্নী ৰিয়াৰ ১৫নং স্থান দখল ইউ পি এছ চিত

⚫ ঘোষিত হল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল। ⚫এটা বিশেষ নামক লৈ এতিয়া চৰ্চা দেশজুৰি। ⚫ চৰ্চা লাভ কৰা ৰিয়া ডাবী হ'ল ২০১৫ বৰ্ষত শীৰ্ষ স্থান প্ৰাপক টিনা ডাবীৰ নিজা ভগ্নী। ⚫ আইএএছ বিষয়া টিনা ডাবী বৰ্তমান ৰাজস্থান চৰকাৰৰ বিত্ত…

ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উজ্বলিল অসম সন্তান হাছানুজ্জামান

ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উজ্বলিল অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী। সৰ্ব ভাৰতীয় স্তৰত ২৮৩ নং ৰেংক লাভ কৰিছে হাছানুজ্জামানে। হাছানুজ্জামান AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ। হাইলাকান্দিৰ লখিৰবন্দ নিৱাসী আহমেদ…

সুদৰ্শন নিউজৰ “UPSC জেহাদ” শীৰ্ষক অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ অনুমতি দিলে কেন্দ্ৰই

বিতৰ্কিত সুদৰ্শন নিউজ চেনেলৰ “UPSC জেহাদ” শীৰ্ষক অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰই। যোৱা ৯ ছেপ্টেম্বৰত প্ৰচাৰ আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ(I & B ministry) এক নিৰ্দেশনাত চেনেলটোক উক্ত অনুষ্ঠান সম্প্ৰচাৰ কৰিবলৈ অনুমতি দিয়া…

সুদৰ্শন টিভিৰ ‘UPSC জেহাদ’ শীৰ্ষক টেলিভিছন শ্ব’ স্থগিতাদেশৰ নিৰ্দেশ দিল্লী উচ্চ…

বিতৰ্কিত টেলিভিছন চেনেল সুদৰ্শন নিউজে প্ৰশাসনিক সেৱাত মুছলমান সম্প্ৰদায়ৰ লোক নিৰ্বাচন কৰাক লৈ প্ৰশ্ন উত্থাপন কৰি এক কাৰ্যক্ৰম প্ৰচাৰ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে আজি দিল্লী ন্যায়ালয়ৰ এক শুনানিত উক্ত কাৰ্যক্ৰম স্থগিত কৰাৰ নিৰ্দেশ দিয়ে। The…

মিছ ইণ্ডিয়াৰ ২০১৬ৰ ফাইনেলিষ্ট ঐশ্বৰ্য শ্বেৰাণৰ UPSC ত ৯৩ স্থান লাভ

প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ৯৩ স্থানত উত্তীৰ্ণ হৈছে femina মিছ ইণ্ডিয়াৰ ২০১৬ ৰ ফাইনালিষ্ট তথা কেম্পাছ প্ৰিন্সছেছ দিল্লী আৰু ফ্ৰেশফেছ দিল্লী ২০১৫ বিজেতা ঐশ্বৰ্য শ্বেৰাণ। দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লেডী শ্ৰী ৰাম কমাৰ্চ কলেজৰ পৰা স্নাতক কৰা…

ইউ পি এছ চিৰ ৫৯ সংখ্যক স্থানত অসমৰ আৰণ্যক শইকীয়া ,নিবেদিতা-তপন -কিশোৰো উত্তীৰ্ণ

কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৯ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে ৷ ঘোষিত ফলাফল অনুসৰি এইবাৰ বিভিন্ন কেডাৰত মুঠ ৮২৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত অসমৰ আৰণ্যক শইকীয়াই ৫৯ নং স্থান লাভ কৰিছে ৷…