সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

ULFA

পৰেশ বৰুৱাৰ চৰম শাস্তি ৰেহাই ভাল খবৰ নে বেয়া খবৰ?

১ এপ্ৰিল, ২০০৪৷ চিটাগং ইউৰিয়া ফাৰ্টিলাইজাৰ লিমিটেডৰ গুডামৰ পৰা ১০ খন ট্ৰাকত অস্ত্ৰ বোজাই কৰা হৈ গৈছিল৷ ৪ হাজাৰ ৯৩০ বিধ অস্ত্ৰৰ এই বিপুল ভণ্ডাৰত আছিল গ্ৰেণেড, ৰকেট লাঞ্চাৰ, চাব মেছিনগান, গুলী আৰু বিভিন্ন বিস্ফোৰক সামগ্ৰী৷ সেই সময়তে পুলিচ আৰু…

চট্টগ্ৰামৰ পৰা চলিব নেকি অসম অস্থিৰ কৰাৰ চক্ৰান্ত?

বাংলাদেশৰ শেহতীয়া পৰিস্থিতি ভাৰতৰ বাবে বিশেষকৈ অসমৰ বাবে অতি চিন্তনীয় বিষয় হৈ পৰিছে৷ এটাৰ পাছত আন এটা বেয়া খবৰ আহিছে বাংলাদেশৰ পৰা৷ এহাতে বাংলাদেশ মৌলবাদীৰ গ্ৰাসত সোমাই পৰিবলৈ লৈছে, আনহাতে বাংলাদেশৰ লগত আৰম্ভ হৈছে পাকিস্তানৰ পোনপটীয়া…

পুণৰ তিনিমাহলৈ বৃদ্ধি আলফা(স্বাধীন)ৰ অস্ত্ৰবিৰতি

সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা(স্বা)য়ে পুণৰ তিনিমাহলৈ অস্ত্ৰবিৰতিৰ সময়সীমা বৃদ্ধি কৰিছে ৷ পৰেশ বৰুৱা স্বাক্ষৰিত এক বিবৃতিত কোৱা হয় যে যোৱা ১৪ মে’ৰ পৰা আলফা(স্বা) য়ে অব্যাহত ৰখা একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ পুণৰ তিনিমাহলৈ বৃদ্ধি কৰা হৈছে ৷…

আলফা(স্বা)ত যোগ দিবলৈ যোৱা নয়নমনি , সবিতা , শৰ্মিষ্ঠাৰ ঘৰ ক’ত ?

আলফা(স্বাধীন)য়ে ঘোষণা কৰা একপক্ষীয় যুদ্ধ বিৰতিৰ ম্যাদ উকলিবলৈ মাজত মাত্ৰ দুদিন সময় আছে ৷ কিন্তু তাৰ পূৰ্বে নিষিদ্ধ ঘোষিত সংগঠনটোৱে পুণৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে ৷ আলফা(স্বা)ত যোগ দিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পাঁচগৰাকী যুৱতী ম্যানমাৰলৈ…

কৰোনা সংক্ৰমণৰ মাজত শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বিৰোধিতা আলফাৰ

মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণৰ সময়ত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ আয়োজনৰ বাবে লোৱা আচঁ‌নিক লৈ "সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ) তথা আলফাৰ বিৰোধিতা। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে আলফা স্বাধীনে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত…