Tag #thecrosscurret

আজি প্ৰকাশ পাব নতুন SOP….

আজি বিয়লী ৩ বজাত প্ৰকাশ পাব নতুন SOP। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা। যিসকলে এতিয়াও কোভিড ভেকচিন গ্ৰহণ কৰা নাই,  তেওঁলোকক ভেকচিন গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীৰ। লকডাউন নহয় অসমত সেইকথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে, নতুন SOPত মাস্ক পৰিধান…

পুনৰ ভাৰত কোভিডৰ তৃতীয়টো ঢৌত আক্ৰান্ত

পুনৰ ভাৰত কোভিডৰ তৃতীয়টো ঢৌত আক্ৰান্ত হৈছে। ভাৰতত যোৱা ২৪ ঘণ্টাত কোভিড-১৯ৰ ১,১৭,১০০ জন ৰোগী নতুনকৈ আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৩০২ জনৰ। আনহাতে, ৩০০৭ জন ৰোগী আক্ৰান্ত হৈছে অমিক্ৰণত। মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৭৬ জন, দিল্লীত ৪৬৫ জন, কৰ্ণাটকত ৩৩৩ জন, ৰাজস্থানত…

প্ৰধানমন্ত্ৰীৰ বাবে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰম্ভ হৈছে যজ্ঞ

পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ ঘটনাই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অসমৰ লগতে নগাঁও জিলাটো ইয়াৰ প্ৰভাৱ পৰিছে ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ জীৱনৰ প্ৰতি পঞ্জাৱৰ ঘটনাই ভাবুকি অনা বুলি ভাবি আজি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰম্ভ হৈছে যজ্ঞ ৷ প্ৰধানমন্ত্ৰী…

বুল্লিবাই এপৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

বুল্লিবাই এপৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। অসমৰৰ পৰা কৰা গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্তক। নিৰজ  বিষ্ণৈ নামৰ এজনক গ্ৰেপ্তাৰ। ইতিমধ্যে বিশাল কুমাৰ, শ্বেতা সিং, মায়ংক ৰাৱালক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰজক। GIT HUBত প্ৰস্তুত কৰিছিল বুল্লিবাই এপটো নিৰজে।…

৭০ হাজাৰ লোকৰ সমাগম নোহোৱাৰ বাবেহে উভতিল মোদী

বুধবাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈছিল পঞ্জাৱলৈ। কিন্তু কৃষক বিদ্ৰোহী নেতাই আগুচি ধৰাৰ বাবেই ১৫-২০ মিনিট সময় ফ্লাই অভাৰতে আৱদ্ধ হৈ থাকি পুনৰ দিল্লীলৈ উভতি আহিবলগীয়া হয় মোদী। যাৰবাবে বিজেপি নেতাই পঞ্জাৱ চৰকাৰৰ নিৰাপত্তাক…

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰীক সংঘাত

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰীক সংঘাত। বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা আছিল। ভোট গণনা পাছতেই নিশা MNDP আৰু SNBC হোষ্টেলৰ মাজত সংঘাত।  উল্লেখযোগ্য যে, এই নিৰ্বাচনত সাধাৰণ সম্পাদক পদত জয়লাভ কৰিছিল এছএমএছএছ সমৰ্থিত প্ৰাৰ্থী অভিষেক মহন্তই। বহুকেইটা পদত…

মণিপুৰৰ বোমা বিস্ফোৰণত অসম ৰাইফলছৰ জোৱান নিহত…

বুধবাৰে, মণিপুৰত দুটাকৈ ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিগত দুটা মাহৰ ভিতৰত  চতুৰ্থটো বিস্ফোৰণ মণিপুৰত। বিস্ফোৰণত নিহত অসম ৰাইফলছৰ এজন জোৱান। মণিপুৰৰ থৌবাল জিলাৰ লিলং উছোইপোকপি সংগোমচাঙত সংঘটিত হৈছিল এই ঘটনা। দুটা শক্তিশালী আই ই ডি বিস্ফোৰণ হোৱাৰ ফলত…

অ’মিক্ৰনে ভোগালী বিহু পাতিবলৈ দিবনে?

১ জানুৱাৰীৰ পৰা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ক’ভিড ৰোগীৰ সংখ্যা৷ আনহাতে, অসমত ২জন লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে৷ এজন ৰোহন দাস। তেওঁক শ্বিলঙত পৰীক্ষা কৰা হৈছিল আৰু আনজন চৌদি আৰবৰ পৰা অহা মহম্মদ মামুদ হুছেইন৷ তেওঁক যোৰহাটত টেষ্ট কৰা হৈছিল৷ বুধবাৰে…

পঞ্জাৱত কৃষকে ভেটিলে প্ৰধানমন্ত্ৰীৰ কনভয় : সমাবেশ বাতিল

কৃষক বিদ্ৰোহৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাতিল কৰিবলগীয়া হয় পঞ্জাৱৰ জনসভা ৷ প্ৰায় দুবছৰৰ পাছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় পঞ্জাৱত । বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ পাছত এইটো আছিল প্ৰথমটো পঞ্জাৱ ভ্ৰমণ। কিন্তু পঞ্জাৱত ভৰি দিয়াৰ পাছতে…

গুৱাহাটী আই আই টিত কভিড`ৰ সংক্ৰমণ

ভাৰতৰ লগতে অসমতো প্ৰত্যেক দিনাই কভিড` ৰোগী ধৰা পৰিছে। এইবাৰ গুৱাহাটী আই আই টিৰ শিক্ষাৰ্থী, বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহত ধৰা পৰিছে কভিড`-১৯। অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিড`। আক্রান্তসকলৰ অধিকাংশই বহিঃ ৰাজ্যৰ পৰা অহা শিক্ষাৰ্থী।  ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলক বাহিৰলৈ অহা-যোৱা কৰা…