Tag #thecrosscurret

প্ৰধানমন্ত্ৰীক নিৰাপত্তাৰ সংকটত পেলোৱা অপৰাধৰ শাস্তি হব মাত্ৰ ২০০ টকাৰ জৰিমনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱা নিৰাপত্তা ক্ৰটি ঘটনাই এতিয়া দেশজুৰি লগাইছে চাঞ্চল্য। পঞ্জাৱ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত  ১৮ ঘণ্টা পাছতহে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছে বুলি বিজেপিয়ে অভিযোগ কৰিছে।  বিজেপি নেতাসকলৰ অভিযোগ যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুপৰীয়া ১.০৫ বজাত…

আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP…..

আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP….. * নিশা ১০বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি। * মাস্ক পিন্ধাটো বাধ্যতামূলক। * ভেকচিনৰ দুয়োটা ডজ লোৱা প্ৰমাণ লগত লৈ ফুৰিব লাগিব। * ৰাতি ভেলাঘৰত থাকিব নোৱাৰিব অসমীয়া। * পুৱা…

প্ৰকাশ পালে নতুন SOP…..

প্ৰকাশ পালে নতুন SOP….. * নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ। * গাড়ী, চিটি বাছত ভেকচিন লোৱা লোকহে মানুহ উঠিব পাৰিব। * সকলো ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ৯ বজাৰ লৈকেহে খোলা থাকিব। * ৰেষ্টুৰেণ্ট, ধাবা, হোটেল ৯ বজাৰ লৈকে…

গুৱাহাটীৰ সাংসদ কুইন ওজা কোভিডত আক্ৰান্ত

বিজেপি আন এগৰাকী নেতা কোভিড-১৯ত আক্ৰান্ত। গুৱাহাটীৰ সাংসদ কুইন ওজা কোভিডত আক্ৰান্ত। মন্ত্ৰী পীয়ুয হাজৰীকাৰ পাছতেই কুইন ওজা কোভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে।

অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

অসমত বৰ্তমান অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। ৩ জনে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। ৬ জন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন হৈ থকা আটাইকেইজন ডিব্ৰুগড় জিলাৰ।

স্থগিত কৰা হ’ল বিশ্ব গ্ৰন্থমেলা

গ্ৰন্থপ্ৰেমীৰ বাবে এক দুঃখবৰ। স্থগিত কৰা হ’ল বিশ্ব গ্ৰন্থমেলা। দেশত বৰ্ধিত কোৰোনা আৰু অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে স্থগিত কৰা হৈছে গ্ৰন্থমেলা। নতুন দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হ’বলগীয়া ৩০ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আয়োজকসকলে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰগতি মৈদানত…

নীটৰ নামভর্তি সন্দর্ভত গুৰুত্বপূর্ণ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

বিগত শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে NEET-PG নামভৰ্তি সন্দৰ্ভত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ২৭% আৰু আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০% সংৰক্ষণ নির্ধাৰণ কৰে । ইয়াৰোপৰি চলিত নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে অজয় ভূষণ পাণ্ডে সমিতিৰ মত গ্ৰহণ কৰি আৰ্থিক ভাৱে দূৰ্বল শ্ৰেণীৰ চিনাক্তকৰণৰ…

তলাতল ঘৰৰ চাফাই অভিযানত অখিল গগৈ

এতিয়া বনভোজৰ বতৰ। অসমৰ বিভিন্ন পৰ্যটনস্থলীসমূহত এতিয়া পৰ্যটকে ভিৰ কৰা লগতে, পৰিয়াল, বন্ধু তথা আত্মীয়-স্বজনৰ লগত বনভোজ খাবলৈ ভিৰ কৰিছেহি বনভোজস্হলী। ব্যতিক্ৰম নহয় ঐতিহাসিক শিৱসাগৰ। বনভোজৰ অন্যতম স্হলি হৈছে শিৱসাগৰস্থিত তলাতল ঘৰ৷ প্ৰতি বছৰে ইংৰাজী নৱবৰ্ষৰ এই সময়ছোৱাত শিৱসাগৰৰ ঐতিহাসিক…

মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱা নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ হব। মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত এই শুনানি গ্ৰহণ কৰিব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰেও প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ত্ৰুটিৰ তদন্ত…

ক’ভিডত-১৯ ত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা

ক’ভিডত-১৯ ত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা। বৃহস্পতিবাৰে ধৰা পৰিছিল হাজৰিকাৰ দেহত কোভিড অৱস্থিতি। কালি দিনতোত হোম আইছ’লেশ্যনতে আছিল মন্ত্ৰীগৰাকী। বৰ্তমান চিকিৎসাৰ বাবে GMCH ত উপস্থিত।