Tag #thecrosscurret

কালিলৈ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নাপাব বিশুদ্ধ পেট্ৰল

১০ জানুৱাৰীৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে নাপাব বিশুদ্ধ পেট্ৰল। কিয়নো অসম তথা উত্তৰ-পূবত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ইথানলৰ মাত্ৰা। অসমত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ১০ শতাংশ ইথানল।  ইথানলৰ মাত্ৰা বৃদ্ধি পোৱা পাছত পেট্ৰল দেশৰ ভিতৰত প্ৰথম উত্তৰ-পূৰ্বাঞ্চলতে…

মুকেশ আম্বানীয়ে ক্ৰয় কৰে বিলাসী হোটেল মেণ্ডেৰিন অৰিয়েণ্টেল

দেশৰ আটাইতকৈ ধনী ব্যক্তি তথা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ স্বত্বাধিকাৰী মুকেশ আম্বানীয়ে শেহতীয়াকৈ ক্ৰয় কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত প্ৰতিষ্ঠিত বিলাসী হোটেল মেণ্ডেৰিন অৰিয়েণ্টেল। আম্বানীয়ে এই পঞ্চ তাৰকা বিলাসী হোটেলখন ৯.৮১ কোটি ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ৭২৯ কোটি টকাত ক্ৰয়…

জনপ্ৰিয়তা কমিছে নেকি বিজেপিৰ?

চেমি ফাইনেলৰ বাবে সাজু নৰেন্দ্ৰ মোদী৷ নির্বাচন আয়োগে ঘোষনা কৰিলে ৫ ৰাজ্যৰ বিধানসভা নির্বাচনৰ সময়সূচী৷ ২৪ ৰ লোকসভা নির্বাচনৰ পূর্বে উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যত হব লগা নির্বাচনক গন্য কৰা হৈছে চেমি ফাইনেল বুলিয়েই৷ কাৰণ এই ৫ ৰাজ্যৰ নির্বাচনী ফলাফলে…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত

দেশৰ লগতে ৰাজ্যত কোভিড ৰোগী সংখ্যা দিনে-দিনে পোৱা বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত কৰা হৈছে। অহা ১০জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল এই নিৰ্বাচন। উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনত বৰ্তমান ১৪ গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে।…

১২ জানুৱাৰীৰ পৰা আৰম্ভ হব ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং

উচ্চতম ন্যায়ালয়ে শুক্ৰবাৰে ২০২১-২২ বৰ্ষৰ বাবে NEET-PGৰ নামভৰ্তিৰ বাবে পুনৰ কাউঞ্চেলিং আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিলে। উচ্চতম ন্যায়ালয়ৰ পৰা অনুমতি পোৱা পাছতেই ১২ জানুৱাৰীৰ পৰা ২০২১-২২ বৰ্ষৰ NEET-PG ৰ নামভৰ্তিৰ কাউনঞ্চেলিং আৰম্ভ হ’ব, এইকথা ঘোষণা কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই।…

অসমত নতুন SOP ঘোষণা পাছতো বৃদ্ধি পাই আছে ক’ভিড ৰোগী

শনিবাৰৰে পৰা ৰাজ্যত  জাৰি কৰা হ’ল নতুন SOP। বলবৎ হ’ল নৈশ সান্ধ্য আইন। কিন্তু SOP জাৰি কৰা পাছতো বৃদ্ধি পাই আছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰে ৰাজ্যত ১২৫৪জন লোক ক’ভিডত আক্ৰান্ত। পজিটিভিটিৰ হাৰ ৩.৭৩ শতাংশ। কামৰূপ মহানগৰত বিগত ২৪ ঘণ্টাত আক্ৰান্ত…

APDCL ৰ সঞ্চালক পদত অভিনেতা যতীন বৰা

এইবাৰ অসমীয়া চলচিত্ৰ বিভাগৰ দায়িত্ব নহয়, APDCL ৰ সঞ্চালক পদত অভিনেতা যতীন বৰা। যতীন বৰাক APDCL ৰ সঞ্চালক পদৰ দায়িত্ব দিয়া পাছতেই সৰ্বত্ৰে হৈছে প্ৰতিক্ৰিয়া। চলচ্চিত্রৰ লগত জড়িত এজন ব্যক্তিক কেনেকৈ APDCL ৰ সঞ্চালক পদ দিয়া হ’ল তাকে লৈ প্ৰশ্ন…

কেতিয়া, কেনেকৈ, কিমানবাৰ নৰেন্দ্ৰ মোদীৰ জীৱনলৈ নামি আহিছিল ভাবুকি?

বুধবাৰে পাঞ্জাৱত এখন ফ্লাই অভাৰৰ ওপৰত ১৫ মিনিটৰ বাবে আবদ্ধ হৈ পৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাক লৈ আৰম্ভ হৈছে চর্চা৷ বিৰোধীৰ কটাক্ষ- ৰেলীত খালী চকী দেখি ঘূৰি আহিল প্ৰধানমন্ত্ৰী৷ বিপৰীতে গৃহমন্ত্ৰালয়ৰ ষ্পষ্টীকৰন-নিৰাপত্তাৰ সংকটত পৰিছিল প্ৰধানমন্ত্ৰী৷ কিন্তু বর্তমানৰ প্ৰধানমন্ত্ৰী আৰু…

ভূমি কেলেংকাৰি- বাতিল হ’ল অযোধ্যাৰ অবৈধ ভূমি ক্ৰয়

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ অহা ভূমি কেলেংকাৰিৰ দৰেই অনুৰুপ প্ৰায় আন এটা কেলেংকাৰি সংঘটিত হৈছিল অযোধ্যাত৷ ২০১৯ চনৰ ৯ নবেম্বৰত অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ পক্ষে ৰায়দান কৰিছিল উচ্চতম ন্যায়ালয়ে৷ এই ৰায়দানৰ পিছতেই অযোধ্যাত আৰম্ভ হৈছিল ভূমি ক্ৰয়…

আজি ঘোষণা হব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ

আজি বিয়লি ৩ বজাত  উত্তৰপ্ৰদেশ, পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডত হব লগা আগন্তক বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব নিৰ্বাচনী আয়োগে। দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এই ৰাজ্য কেইখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। শুকুৰবাৰে আবেলি দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ…