Investigative reporting with dedication.

বুল্লিবাই এপৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। অসমৰৰ পৰা কৰা গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্তক। নিৰজ বিষ্ণৈ নামৰ এজনক গ্ৰেপ্তাৰ। ইতিমধ্যে বিশাল কুমাৰ, শ্বেতা সিং, মায়ংক ৰাৱালক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰজক। GIT HUBত প্ৰস্তুত কৰিছিল বুল্লিবাই এপটো নিৰজে। এপটোৰ জৰিয়তে ছছিয়েল মিডিয়াৰ যোগেদি মুছলমান মহিলাক টাৰ্গেট কৰি লোৱা হৈছিল।




