সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

যৌন কেলেংকাৰিয়ে জোকাৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়া

টি ২০ বিশ্বকাপ বিজয়ৰ পাছত যৌন কেলেংকাৰিয়ে জোকাৰিছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট জগতক ৷ এনে বিতৰ্কত সাঙোৰ খাই পৰাৰ পাছত পদত্যাগ কৰিবগীয়া হৈছে টেষ্ট দলৰ অধিনায়ক টিম পেনে ৷ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ এক মহিলা কৰ্মীয়ে টিম পেনৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ…

সোণোৱালৰ আমোলৰ আন এক দুৰ্নীতি ফাদিল : ২৩০ পদৰ নিযুক্তি বাতিল

চন্দ্ৰৰ গাত দাগ থাকিলেও দাগ নাছিল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ৷ এই মন্তব্য আছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ৷কিন্তু সেই একেজন মানুহেই এতিয়া সোণোৱালৰ আমোলৰ এটাৰ পাছত আন এটা কলংক উদঙাই গৈছে ৷ এপিডিচিএলৰ পাছত এইবাৰ বাতিল কৰা হ’ল প্ৰাথমিক…

মাজুলীৰ নিশাৰ অতিথি হ’ব মুখ্যমন্ত্ৰী : বংশীধৰ পায়েঙৰ ঘৰত কিহৰ ব্যস্ততা ?

লাচিতে নিশাটোৰ ভিতৰতে গড় বন্ধাৰ দৰে সাজি উলিওৱা হ’ল এটা ঘৰ ৷ মাজুলীৰ বংশীধৰ পায়েঙৰ ঘৰত এদিনৰ ভিতৰত এটা চাংঘৰ সাজিছে জিলা প্ৰশাসনে ৷ ঘৰটোলৈ আহিছে নতুন নতুন আচবাব ৷ নতুন টেবুল , চকী , বিচনা , আলমিৰা ইত্যাদি ইত্যাদি ৷ এই সাম্গ্ৰীবোৰ বংশীধৰ…

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আজি জন্মদিন।

১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল জুবিন গার্গে৷ আজি শিল্পীগৰাকীয়ে ৪৯ বছৰত ভৰি দিলে। ১৯৯২ চনত ‘অনামিকা’ৰ এলবামৰ জৰিয়তে অসমৰ সংগীত জগতলৈ ধুমুহা নমাই অনা শিল্পীগৰাকীৰ জন্মদিনত বিভিন্নজনে শুভেচ্ছা প্ৰদান কৰিছে ৷

কেনেকৈ আমেৰিকাক চেৰ পেলাই চীন হল পৃথিৱীৰ আটাইতকৈ ধনী দেশ হবলৈ সক্ষম হ’ল?

আপোনাৰ মতে বিশ্বৰ ধনী দেশখন কি?আমেৰিকা?নহয়, আমেৰিকাক পিছ পেলাই পৃথিৱীৰ ধনী দেশৰ শীৰ্ষ তালিকাত প্ৰথম স্থান দখল কৰিছে ৰঙা চীনে।এতিয়াৰে পৰা বিশ্বৰ আটাইতকৈ ধনী দেশ হল চীন।কিন্তু কেনেকৈ আমেৰিকাক চেৰ পেলাই চীন হল পৃথিৱীৰ আটাইতকৈ ধনী দেশ হবলৈ…

ক’ৰোণাৰ পাছত প্ৰদূষণ : অনিৰ্দিষ্ট কাললৈ বন্ধ শিক্ষানুষ্ঠান

ঘৰৰ পৰা ওলালেই চকু জ্বলে ৷ চকুপানী ওলায় ৷ কাঁহ , হাচি . শ্বাসকষ্ট ৷ বতাহ প্ৰদূষিত ৷ প্ৰদূষণৰ মাত্ৰা ইমানেই বাঢ়িছে যে অনিৰ্দিষ্ট কাললৈ দিল্লী আৰু তাৰ চৌপাশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে ৷ ৫০ শতাংশ চৰকাৰী কৰ্মচাৰীক ৱৰ্ক ফ্ৰম হোমৰ…

মহাবিদ্যালয়ত নাথাকিব একাদশ দ্বাদশ শ্ৰেণী

নতুন শিক্ষানীতিক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল৷সংবাদমেলত উপস্থিত আছে ননী গোপাল মহন্ত৷সংবাদমেলত ঘোষণা,গুৱাহাটীত অনুষ্ঠিত হব উত্তৰ পূব শৈক্ষিক সন্মিলন৷২০ আৰু ২১ নবেম্বৰত অনুষ্ঠিত হব শৈক্ষিক সন্মিলন৷অনুষ্ঠানত ভাগ লব কেন্দ্ৰীয়…

বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা : কিমান শতাংশ উত্তীৰ্ণ ?

বিশেষ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে ৷ অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৮৮১৫ গৰাকী আৰু হাই মাদ্ৰাছা পৰীক্ষাত ৪৯০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ হাইস্কুল…

শিশু পৰ্ণগ্ৰাফী : চি বি আইৰ অভিযান ক’ত চলিল ?

ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী বন্ধ কৰিবলৈ তৎপৰ হৈ উঠিছে চি বি আই ৷ মঙলবাৰে দেশৰ ৭৬ টা স্থানত একেলগে অভিযান চলাই চি বি আইৰ তদন্তকাৰী দলে ৷ কেন্দ্ৰীয় শাসিত অঞ্চলসহ দেশৰ মুঠ ১৪ খন ৰাজ্যত এই অভিযান চলোৱা হৈছিল ৷ ইন্টাৰনেটত শিশু পৰ্ণগ্ৰাফী…

সুমন স্বর্গীয়াৰীৰ ঘৰত মুখ্যমন্ত্ৰী

মনিপুৰত শ্বহীদ হোৱা অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰীৰ ঘৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী৷শ্বহীদৰ পৰিয়ালক সমবেদনা কৰে জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷শ্বহীদ সুমনৰ কণমানি সন্তানক কোলাত লৈ আৱেগিক হৈ পৰা দেখা গল মুখ্যমন্ত্ৰীজনক৷শ্বহীদ…