টেগ thecrosscurrent

হু ইজ এ ভি ডি ভিলিয়াৰ্ছ?

এ বি ডি ভিলিয়াৰ্চ। বিশ্ব ক্ৰিকেটত বলাৰৰ বাবে এটা ত্ৰাসৰ নাম এ বি ডি ভিলিয়াৰ্চ। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক তথা দুৰ্দান্ত বেটছমান এ বি ডি ভিলিয়াৰ্চৰ নাম নুশুনা ক্ৰিকেট প্ৰেমী হয়তো হয়তো কমেই ওলাব। টি-২০-এদিনীয়া কিম্বা টেষ্ট প্ৰতিটো ফৰ্মেটতে আছে…

অসম জীয়ৰী বৰ্ণালী দাসে আবিষ্কাৰ কৰিলে বিৰল তৰা

এটা ইতিবাচক খবৰ। এগৰাকী অসম সন্তানৰ কীৰ্তিত্বই এতিয়া গৌৰম্বিত কৰিছে ৰাজ্যবাসীক। বহু ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী অসম জীয়ৰী। কিন্তু অসমীয়া সংবাদ মাধ্যমত বিশেষ চৰ্চা নাই এই খবৰটোৰ। পুনেৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেনটেল ৰিচাৰ্চ চমুকৈ টিআইএফআৰ…

দুখবৰঃ কাপোৰ আৰু জোতা/চেণ্ডেলৰ GST বৃদ্ধি কৰিব কেন্দ্ৰই-বৃদ্ধি পাব দাম

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা ১০০০ টকা পৰ্য্যন্ত মূল্যৰ কাপোৰ আৰু জোতা/চেণ্ডেলৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ অৰ্থাৎ GST ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে সাধাৰণ জনতাৰ…

ৰূপালী জয়ন্তী বৰ্ষত অন্ত পৰিল পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা

শ্ৰেষ্ঠ তাৰ্কিক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গুন্জন ৰাজবংশী, শ্ৰেষ্ঠ দল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৪৬ তাৰ্কিকৰ অংশগ্ৰহণ, অধ্যক্ষৰ আসনত প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকা গুৱাহাটী, ২১ নবেম্বৰ: অবশেষত অন্ত পৰিল ২৫ বছৰীয়া পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ। ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাখনৰ…

ঐতিহাসিক কৃষক আন্দোলনৰ আঁৰৰ এজন ৬২ বছৰীয়া নেতাৰ কাহিনী

অৱশেষত বাতিল হ’ল তিনি ক’লা কৃষি আইন ৷ প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দেশবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি তিনিওখন আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰক এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰোৱাৰ আঁৰত আছে হাজাৰ হাজাৰ কৃষকৰ অক্লান্ত সংগ্ৰাম আৰু ৭৫০…

কৃষকক কৃষি আইন বুজাবলৈ বিজ্ঞাপনত কিমান টকা খৰছ কৰিছিল মোদী চৰকাৰে?

ভয়-ভাবুকি,চল-চাতুৰী সকলো কৰা হ’ল।কিন্তু ফলাফল হল শূণ্য।কৃষক অশিক্ষিত।কৃষকে আইন-ইংৰাজী নাজানে।সেয়ে কৃষকক আইন বুজাবলৈ চৰকাৰে খৰছ কৰিলে কোটি কোটি টকা।চৰকাৰে কত কিয় কিমান টকা খৰচ কৰিলে তাৰ উত্তৰ চৰকাৰে দিছে চৈয়দ নাচিৰ হুছেইন আৰু ৰাজমণি পেটেলে সোধা এক প্ৰশ্নত।তেওঁলোকে চৰকাৰৰ পৰা…

সংসদত আইন কিদৰে বাতিল কৰা হয়?

অৱশেষত বাতিল হল তিনি বিতৰ্কিত কৃষি আইন। দেশৰ কৃষক সমাজৰ ১৮ মাহজোৰা প্ৰতিবাদ আৰু প্ৰায় ৭০০ সাধাৰণ লোকৰ জীৱনৰ বিনিময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১৯ নৱেম্বৰত দেশবাসীক সম্বোধন কৰি দিয়া এটা ভাষণত তিনিও খন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ কথা…

মোদী চৰকাৰে কিয় বাতিল কৰিলে তিনিখন বিতৰ্কিত কৃষি আইন?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছে যদিও কৃষকসকলৰ আন্দোলন এতিয়াই বন্ধ নহয় ৷ কৃষক নেতা গজেন্দ্ৰ টিকাইতে এই ঘোষণা কৰিছে ৷ মোদীয়ে কয় যে সংসদত যেতিয়ালৈকে কৃষি আইন প্ৰত্যাহাৰ কৰা নহয় তেতিয়ালৈকে কৃষকসকলে দিল্লী…

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

◆ দিনৰ ১.১১ বজাত ভূমিকম্পই জোকাৰ গ’ল ৰাজ্য ◆ গুৱাহাটী মহানগৰীকে ধৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত অনুভূত হৈছে জোকাৰণি ◆ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.৪ ◆ বৰ্তমানো ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ◆ ভূমিকম্পটোৰ উৎপত্তস্থল গুৱাহাটী…

কি আছিল তিনি কৃষি আইনত ?

অৱশেষত তিনি বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ বিগত প্ৰায় এটা বছৰ ধৰি কৃষক সকলে এই আইন বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে ৷ কি আছিল এই তিনিখন কৃষি আইনত ?   বিগত বছৰৰ ছেপ্তেম্বৰ…