সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

• ঘোষণা হ’ল HSLC, AHM চূড়ান্ত পৰীক্ষাৰ প-পত্ৰ পূৰণৰ তাৰিখ

• মেট্ৰিক, হাই মাদ্ৰাছাৰ প-পত্ৰ পূৰণৰ অন্তিম দিন ১৮ ডিচেম্বৰ ING • ২৫ নৱেম্বৰৰ পৰা মুকলি হ’ব ছেবাৰ অনলাইন প'ৰ্টেল ● sebaregistration.in ৱেবচাইটযোগে পূৰ্ণ কৰিব লাগিব প-পত্ৰ • BPL পৰিয়ালৰ শিক্ষার্থীয়ে জমা দিব নালাগে পৰীক্ষাৰ…

মেঘালয় সীমান্তলৈ হিমন্ত বিশ্ব শৰ্মা।

মঙ্গলবাৰে দিনৰ পুৱা অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমান্ত সমস্যা সমাধানৰ বাবে চিৰসেউজ লাম্পীত উপস্থিত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমা। অসম মেঘালয়ৰ সীমান্তৰ লাম্পীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া প্ৰথমটো…

আজি প্ৰেছ দিৱস

আজি অর্থাৎ ১৬ নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া চমুকৈ পি চি আই স্থাপন কৰা হৈছিল।সেই বিশেষ দিনটোকে সন্মান জনাই প্ৰতিবছৰে ১৬ নৱেম্বৰ তাৰিখটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। উল্লেখনীয় যে,ভাৰতত…

আজি কিহৰ বাবে টুইটাৰত ট্ৰেণ্ডিঙত নাথুৰাম গডছে?

গান্ধী আৰু গডছে। বৰ্তমান সময়ত দেশত বিশেষভাৱে চৰ্চিত নাম দুটা হৈছে মহাত্মা গান্ধী আৰু নাথুৰাম গডছে। ভাৰতীয় ৰাজনীতিত গান্ধী আৰু গডছেৰ চৰ্চা কোনো নতুন বিষয় নহয়। স্বাধীনতাৰ পিছৰে পৰাই গান্ধী আৰু গডছে ভাৰতীয় ৰাজনীতিৰ একো একোটা নিৰ্ণায়ক কাৰক…

দেশৰ প্ৰখ্যাত ইতিহাসবিদ-লেখক বাবাচাহেব পুৰন্দৰেৰ দেহাৱসান।

দেশৰ প্ৰখ্যাত ইতিহাসবিদ-লেখক বাবাচাহেব পুৰন্দৰেৰ দেহাৱসান।সোমবাৰে জীৱুনাৱসান ঘটে ৯৯বছৰীয়া ইতিহাসবিদগৰাকীৰ ।পুনেৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে। ‘পদ্মবিভূষণ’ সুন্মান বিজয়ী ইতিহাসবিদগৰাকীৰ মৃত্যুত প্রধানমন্ত্রীকে ধৰি…

দাম বৃদ্ধিৰ বিৰুদ্ধে দিনটোৰ বাবে পেট্ৰ’ল পাম্প বন্ধ-

হাৰিয়ানাত আজি দিনটোৰ বাবে বন্ধ থাকিব পেট্রল পাম্প। হাৰিয়ানাৰ পেট্রল ডিজেল ডিলাৰ এছছিয়েশ্যনে দিছে এই বন্ধৰ আহ্বান। পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন সুধাইছে সাধাৰণ জনতাক। তাৰ প্ৰতিবাদতেই আজি এই বন্ধ ৰ আহ্বান । আজি পুৱা ৬ বজাৰ পৰা বন্ধ…

নিজ গাঁওত শ্বহীদ সুমনৰ নশ্বৰ দেহ

মণিপুৰত শনিবাৰে অসম ৰাইফলছৰ কনভয়ত হোৱা আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ আজি তেওঁৰ বাসভৱনলৈ অনা হ'ব। ইতিমধ্যে শ্বহীদগৰাকীৰ নশ্বৰ দেহ বৰঝাৰ বায়ু সেনাৰ ষ্টেচনলৈ অনা হয়। বৰঝাৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেওঁলৈ…

২৪ বছৰ বয়সতে বিয়াত বহিবলৈ বাধ্য হ’ল নেকি মালালা ?

বিশ্বজুৰি এটা চৰ্চাৰ বিষয় হৈ পৰিছে নোবেল বিজয়ী মালালাৰ বিয়া ৷ যোৱা ৯ নৱেম্বৰত ২৪ বছৰীয়া মালালাৰ নিকাহ সম্পন্ন হয় অছৰ মালিকৰ সৈতে ৷ কিন্তু কিয় ইমান কম বয়সতে মালালা বিয়াত বহিব লগীয়া হ’ল ? এই বিষয়টো লৈ চৰ্চা অব্যাহত থকাৰ মাজতে মুখ খুলিছে…

এই জাহাজ মাস্তুল ছাৰখাৰ …: বিবাহ বিচ্ছেদৰ পাছত অনুপম ৰায়ৰ কাতৰ স্বীকাৰোক্তি

এই জাহাজ মাস্তুল ছাৰখাৰ , তবু স্বপ্ন দেখছি বাৰবাৰ ৷- এটা দশক আগতে এই গীত লিখিছিল ভাৰতীয় সংগীতৰ উদীয়মান নক্ষত্ৰ অনুপম ৰায়ে ৷ এটা দশক পাছত আজি নিজেই মুখামুখি হৈছে এক বিধ্বস্ত ব্যক্তিগত জীৱনৰ ৷ কিছুদিন পূৰ্বে পাঁচ বছৰীয়া বৈবাহিক জীৱনত অন্ত…

আগ্ৰাসী অষ্ট্ৰেলিয়া নে পৰিপাটী নিউজিলেণ্ড : টি ২০ ত কোন হ’ব চেম্পিয়ন ?

অৱশেষত আহি পালে সেই দিনটো ৷ টি ২০ ক্ৰিকেটৰ চেম্পিয়ন কোন , সেয়া আজি নিৰ্ধাৰণ হ’ব ডুবাইৰ ষ্টেডিয়ামত ৷ টি ২০ বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড৷ এতিয়ালৈকে কোনো এটা দলেই টি ২০ বিশ্বকাপ জয় কৰিব পৰা নাই ৷ ২০১০ চনত…