Investigative reporting with dedication.

দেশৰ প্ৰখ্যাত ইতিহাসবিদ-লেখক বাবাচাহেব পুৰন্দৰেৰ দেহাৱসান।সোমবাৰে জীৱুনাৱসান ঘটে ৯৯বছৰীয়া ইতিহাসবিদগৰাকীৰ ।পুনেৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে। ‘পদ্মবিভূষণ’ সুন্মান বিজয়ী ইতিহাসবিদগৰাকীৰ মৃত্যুত প্রধানমন্ত্রীকে ধৰি বিভিন্নজনৰ শোকপ্রকাশ। ৰাজ্যিক মর্যাদাৰে তেওঁৰ শেষকৃত্য কৰিব মহাৰাষ্ট্ৰ চৰকাৰে।সোমবাৰে জীৱুনাৱসান ঘটে ৯৯বছৰীয়া ইতিহাসবিদগৰাকীৰ ।পুনেৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে। ‘পদ্মবিভূষণ’ সুন্মান বিজয়ী ইতিহাসবিদগৰাকীৰ মৃত্যুত প্রধানমন্ত্রীকে ধৰি বিভিন্নজনৰ শোকপ্রকাশ। ৰাজ্যিক মর্যাদাৰে তেওঁৰ শেষকৃত্য কৰিব মহাৰাষ্ট্ৰ চৰকাৰে।




