সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

অসম মেঘালয় সীমান্তত পুনৰ উত্তেজনা

দেওবাৰে অসম মেঘালয়ৰ সীমান্তৱৰ্তী এলাকাত পুনৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বকোৰ মালাঙৰ জয়পুৰত মেঘালয়ৰ একাংশ লোকে সংঘৰ্ষৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা বকোৰ জয়পুৰত উপস্থিত হোৱাৰ প্ৰকক্ষণত মন্ত্ৰী গৰাকীয়ে…

ত্ৰিপুৰাত বিজেপিৰ বৃহৎ জয়ঃ আনন্দিত হিমন্ত বিশ্ব শৰ্মা

ত্ৰিপুৰা পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি দলে মুঠ ২২২ খন আসনৰ ভিতৰত ২১৭ খন আসন লাভ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছে। এই ক্ষেত্ৰত সমুখৰ পৰা দল টোক নেতৃত্ব দিয়া বিপ্লৱ কুমাৰ দেৱক অভিনন্দন জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই…

শ্বাৰ্জিল ইমামৰ জামিন মঞ্জুৰ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

এলাহাবাদ উচ্চ ন্যায়ালয়ে শনিবাৰে ২০১৯ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদত উছতনি মূলক ভাষণ দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা শ্বাৰ্জিল ইমামক জামিন প্ৰদান কৰে। উল্লেখযোগ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ…

দেশত পুনৰ এদিনতে ক’ভিডত আক্ৰান্ত ৮৭৭৪ গৰাকীঃ চিকিৎসাধীন ১.০৫ লাখ ৰোগী

পুনৰ ভয়ানক ৰূপত আহিছে ক'ভিড। দেশত বিগত ২৪ ঘণ্টাত ৮৭৭৪ গৰাকী নতুন ক'ভিড ৰোগী চিনাক্ত কৰা হৈছে। তদুপৰি মৃত্যু হৈছে ৬২১ গৰাকী লোকৰ। ইয়াকে ধৰি বৰ্তমানলৈকে দেশত মুঠ ৩,৪৫,৭২,৫২৩ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে। আনহাতে মৃত্যুৰ সংখ্যা ৪,৬৪,৫৫৪ লৈ…

নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই

অসম মাধ্যমিক শিক্ষা পৰিষদে অক্টোবৰ মাহত একেটা শ্ৰেণীত অৱতীৰ্ণ হ'ব নোৱাৰা নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব। ছেবাই এক জাননী যোগে প্ৰকাশ কৰিছে যে বিদ্যালয়সমূহে অক্টোবৰত অনুষ্ঠিত কৰোৱা পৰীক্ষাত…

ক’ভিডৰ নতুন ভেৰিয়েণ্ট প্ৰতিৰোধ কৰাৰ বাবে কি ব্যৱস্থা লৈছে ভাৰত চৰকাৰে?

বিশ্বজুৰি কভিডৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ মাজতে নতুনকৈ পোহৰলৈ আহিছে আন এটা ক'ভিড ভেৰিয়েণ্ট। শুক্ৰবাৰে এক বিবৃতি যোগে বিশ্ব স্বাস্থ্য সংস্থাই ক'ভিডৰ নতুন প্ৰকাৰটোক গ্ৰীক বৰ্ণমালাৰ আখৰ ওমাইক্ৰন নাম দি ক'ভিডৰ এটা উদ্বেগজনক প্ৰকাৰ হিচাপে…

কি আছে মমতাৰ মিশ্যন মুম্বাইত?

মমতা বেনার্জীয়ে এটা নতুন সমীকৰন আবিস্কাৰ কৰিছে৷দিল্লীলৈ গৈ ছোনীয়া গান্ধীক সাক্ষাৎ নকৰা মমতা বেনার্জীয়ে,এইবাৰ মুম্বাইলৈ গৈ সাক্ষাৎ কৰিব উদ্ধব থাকৰে আৰু শৰদ পাৱাৰক৷মমতা বেনার্জী সোনকালেই মুম্বালৈ যাব আৰু পূর্বৰ ইগ’ পৰিহাৰ কৰি শৰদ পাৱাৰক…

বিদ্যুৎ সংশোধনী বিধয়েকক লৈ কিয় ইমান চৰ্চা?

কৃষি আইন গল৷থাকিল কা৷এইবাৰ আহিব এখন নতুন আইন৷২৯ নবেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিবেশন৷এই অধিবেশনতেই মোদী চৰকাৰে উত্থাপন কৰিব আন এখন জনবিৰোধী বিধেয়ক৷নাম বিদ্যুৎ সংশোধনী বিধেয়ক ২০২১। সংসদত উত্থাপনৰ পূর্বেই বির্তকত বিদ্যুৎ সংশোধনী…

‘হিন্দী বলয়ৰ হেঁচাত বিসর্জন দিয়া হ’ল অসমীয়া ভাষাক !’

লোকসভা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ সন্দর্ভত Fight Against Injustice of APSC প্ৰতিক্ৰিয়া৷ Fight Against Injustice of APSC ৰ অভিযোগ-“চৰকাৰে নিজৰ ভুলৰ বাবে হোৱা আইনী মেৰপেঁচ তথা জটিলতাৰ পৰা হাত সাৰিবলৈকে প্ৰত্যাসাৰ কৰিলে যোগ্যতামূলক…

কেনে চলিছে ক্ৰিপ্টোকাৰেন্সীৰ বেহা

বৰ্তমান সময়ত দেশত এটা বহুল চৰ্চিত বিষয় হৈছে ক্ৰিপ্টোকাৰেন্সী। আনকি ক্ৰিপ্টোকাৰেন্সীত ধন বিনিয়োগ কৰি এদিনতে কোটিপতি হোৱাৰ নজীৰো ভাৰতত আছে। কিছু সংখ্যক ব্যক্তিগত কোম্পানীয়ে এই ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণ কৰে। এই বিশেষ ডিজিটেল মুদ্ৰা বিধৰ…