সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

◆ আজি ঘোষণা কৰা হ'ল উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ◆ শিক্ষাৰ্থী সমাজে নিৰ্বাচন কৰিলে প্ৰতিনিধি গোট ◆ এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক…

বিক্ৰী কৰা হ’ব চেণ্ট্ৰেল ইলেকট্ৰনিক্স লিমিটেড অৰ্থাৎ কেন্দ্ৰীয় বিদ্যুৎ নিগম।

এয়াৰ ইণ্ডিয়াৰ পিছতে দেশৰ দ্বিতীয়টো বৃহৎ ৰাজহুৱা সম্পদ বিক্ৰীৰ বাবে সাজু হৈছে ভাৰত চৰকাৰ। উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে দ্বিতীয় বাৰৰ বাবে এটা ৰাজহুৱা সম্পত্তি ব্যক্তিগত স্বত্বাধিকাৰীৰ হাতত গতাই দিয়াৰ…

সাধু- সন্তৰ দাবীত এইবাৰ কি আইন বাতিল কৰিলে বিজেপি চৰকাৰে ?

দেশৰ কৃষক সমাজৰ বছৰজোৰা আন্দোলনৰ পাছত কেন্দ্ৰৰ মোদী চৰকাৰে প্ৰত্যাহাৰ কৰিলে তিনিখিন বিতৰ্কিত কৃষি আইন ৷ ইয়াৰ পাছত চৰকাৰে প্ৰত্যাহাৰ কৰিছে আন এখন আইন ৷ উত্তৰাখণ্ড চৰকাৰে দেৱস্থানম বোৰ্ড এক্ট বাতিল কৰাৰ সিদ্ধান্ত লৈছে ৷ আজি ৰাজ্যখনৰ…

যোৰহাটৰ ৰাজপথত আছু নেতাক হত্যা কৰা ১৩ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰিলে আৰক্ষীয়ে

◆ যোৰহাটৰ ৰাজপথত কালি সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জঢ়িত ১৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ◆ ১৩ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰিছে অসম আৰক্ষীয়ে ◆ আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ১৩ অভিযুক্তৰ নাম হৈছে - ১)সঞ্জু দাস ২)ৰাতুল দাস…

কি সপোন আছিল অনিমেশৰ?

কি সপোন আছিল অনিমেশৰ?ফেচবুকত লিখিছে মুনমুন কলিতাই- "২ দিন আগলৈ এইয়া আছিল Animesh Bhuyanৰ সপোন। কিন্তু তাৰ সপোনক ভৰিৰে মোহাৰি,লথিয়াই,চৰিয়াই ভূ-লুণ্ঠিত কৰি পেলালে কেইটামান দুৰ্বৃত্তই। সপোন পূৰণ নকৰাকৈয়ে গুছি যাব লগীয়া হ'ল অনিমেষ।…

আশ্চৰ্যজনকঃ এবছৰৰ পিছত হস্পিতালৰ পৰা উদ্ধাৰ হ’ল ক’ভিড ৰোগীৰ মৃতদেহ

মৃত্যুৰ এবছৰৰো অধিক সময়ৰ পিছত ESI ৰাজাজীনগৰ চিকিৎসালয়ৰ শৱগৃহত উদ্ধাৰ হল দুজনকৈ ক'ভিড-১৯ ৰোগীৰ মৃতদেহ। নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি ক'ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা কেপি অগ্ৰহৰাৰ মুনিৰাজু (৬২) আৰু চামাৰাজপেটৰ দুৰ্গা (৪০)ৰ মৃতদেহ ২০২০…

ৰাজপথত আছু নেতাক মৰিয়াই মৰিয়াই হত্যা

◆ যোৰহাটৰ ৰাজপথত আছু নেতাক মৰিয়াই মৰিয়াই হত্যা ◆ সামান্য দুৰ্ঘটনাক কেন্দ্ৰ কৰি প্ৰায় ৫০ জন দুষ্কৃতিকাৰীয়ে প্ৰহাৰ কৰে আছু নেতা জনক ◆ ঘটনাস্থলীতে প্ৰাণ হেৰুৱালে গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাই ◆ সংকট…

কি চলিছে সংসদৰ শীতকালীন অধিবেশনত?

আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। আজিৰে পৰা ২৫দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শীতকালীন অধিৱেশন।৩৬খনকৈ বিধেয়ক উপস্থাপন কৰা হয় এই অধিৱেশনত।কৃষি আইন বাতিলৰ আনুষ্ঠিকতাও সম্পন্ন হব এই অধিবেশনত।অধিৱেশন আৰম্ভ হোৱা প্ৰাকমূৰ্হুতত প্ৰধানমন্ত্ৰী…

আনৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰা নাৱাজুদ্দিন চিদ্দিকি অভিনেতা হ’ল কেনেকৈ?

ভাৰতীয় ছবি জগতৰ এটা চিৰ পৰিচিত নাম হৈছে নাৱাজুদ্দিন চিদ্দিকি। নাৱাজুদ্দিন চিদ্দিকিৰ অভিনয় নোচোৱা চিনেমা প্ৰেমী হয়তো দেশত যথেষ্ট কমেই ওলাব। অনুৰাগ কাশ্যপৰ Gangs of Wasseypurত নাৱাজুদ্দিন চিদ্দিকিয়ে কৰা অভিনয়ে আজিও আকৰ্ষিত কৰে দেশৰ যুৱ…

সুখবৰঃ আজিৰে পৰা আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য

◆ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুটাঁ পুতা অনুষ্ঠানত উপস্থিত থাকি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব ◆ মাজুলীৰ দক্ষিণপাটত দলঙৰ প্ৰথমটো খুঁটা পুতা অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী বিমল…