সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ জন সাংসদ

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ বিৰোধী সাংসদ৷ ৰাজ্যসভাৰ মজিয়াত বিশৃংখলতা সৃষ্টি কৰাৰ অভিযোগত বহিস্কাৰ কৰা হ’ল এই ১৯ সাংসদক৷ শুক্ৰবাৰ পর্যন্ত সংসদৰ পৰা বহিস্কাৰ হৈ ৰ’ব এই সকল সাংসদ৷ সোমবাৰে লোকসভাৰ পৰা বহিস্কাৰ হৈছিল চাৰি গৰাকী কংগ্ৰেছ সাংসদ৷…

বিজেপি নেতাৰ ফার্ম হাউচত ৰেইড,ফার্ম হাউচত চলিছিল বেশ্যালয়,তাৰ পাছতেই সংঘাত মেঘালয় চৰকাৰৰ মিত্ৰদলৰ…

আৰক্ষীৰ এটা অভিযানে সংকট নমাই আনিছে মেঘালয় চৰকাৰলৈ৷আৰক্ষীৰ অভিযানে অস্থিৰতাৰ সৃষ্টি কৰিছে মেঘালয়ৰ বিজেপি-এনপিপি মিত্ৰজোটৰ চৰকাৰত৷ শনিবাৰে মেঘালয় বিজেপিৰ উপসভাপতি বার্নাড আৰ মাৰাকৰ এখন ফার্ম হাউচত অভিযান চলাইছিল আৰক্ষীয়ে৷বিগত ফেব্ৰুৱাৰী মাহত…

ৰাষ্ট্ৰপতি হিচাপে শপত লোৱা দ্ৰৌপদী মুর্মুৰ জীৱন কাহিনী

চাৰিটা বছৰত তিনি আত্মীয়ক হেৰুৱাইছিল তেওঁ৷ প্ৰথমে ডাঙৰ পুত্ৰক, তাৰপাছত এটা পথ দুর্ঘটনাত সৰু পুত্ৰক আৰু শেষত স্বামীক৷ তাৰপাছতো শেষ হৈ যোৱা নাছিল সকলো৷ এক কন্টকময় আৰু ট্ৰেজিক ইতিহাস পাৰ কৰি আহি তেওঁ আজি দেশৰ ৰাষ্ট্ৰপতি৷ আজি ৰাষ্ট্ৰপতি হিচাপে…

ই ডিৰ জালত মমতাৰ মন্ত্ৰী : কেলেংকাৰিৰ লগত কি সম্পৰ্ক অভিনেত্ৰীৰ ?

কংগ্ৰেছ, আপ নহয়।এইবাৰ ইডিৰ অভিযান চলিল পশ্চিমবঙ্গৰ তৃণমূল কংগ্ৰেছৰ নেতা মন্ত্ৰীৰ ঘৰত। মন্ত্ৰীৰ ঘণিষ্ঠৰ ঘৰত উদ্ধাৰ বান্দিলে বান্দিলে টকা। ইডিয়ে শুক্ৰবাৰে অভিযান চলায় মমতা বেনাৰ্জী চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু তেওঁৰ ঘনিষ্ঠ অৰ্পিতা…

মই ক্ষমা বিচাৰিছো।’ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ কিয় ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে?

মই ক্ষমা বিচাৰিছো।' ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ কিয় ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে? https://youtu.be/CGJSrp-lia8

কেতিয়া সংশোধন হ’ব বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণ?

সংসদৰ ভিতৰত বাৰণ কৰা হ'ল বিশেষ কিছুমান শব্দ।কিন্তু সংসদৰ বাহিৰত নেতাৰ যি মন যায় তাকে ক'ব পাৰি নেকি?সংসদৰ বাহিৰত জনপ্ৰতিনিধিয়ে শালীনতা ৰক্ষা কৰিব নালাগে নেকি? https://youtu.be/rJ5fo4OYO10

আজিৰে পৰা কি কি সামগ্ৰী আৰু সেৱাত ঘটিল মূল্যবৃদ্ধি ?

কি কি সামগ্রীত প্ৰথমবাৰৰ বাবে আৰোপ কৰা হৈছে GST- ●দৈ,লাচী,মাখন -৫% জি এছ টি ●পনীৰ -৫% জি এছ টি ●সকলো প্ৰকাৰৰ গুৰ -৫% জি এছ টি ●চেনী -৫% জি এছ টি ●মৌ -৫% জি এছ টি ●নাৰিকলৰ পানী -12% জি এছ টি ●আটা -৫% জি এছ টি কি কি দ্ৰব্য-সেৱাত…