সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব?

স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক'ত পতাকা উত্তোলন কৰিব? সিদ্ধান্ত গ্ৰহণ কেবিনেট বৈঠকত। ৰঞ্জিত কুমাৰ দাস- বঙাইগাওঁ অতুল বৰা- ডিব্ৰুগড় উৰ্খাও গৌৰা ব্ৰহ্ম- বিশ্বনাথ চন্দ্ৰমোহন পাটোৱাৰী- কামৰূপ পৰিমল শুক্লবৈদ্য- কাছাৰ কেশৱ…

ত্ৰিৰংগা বিহীন গান্ধীমণ্ডপ

আজাদী কা অমৃত মহোৎসৱৰ প্ৰাকক্ষণত জাতীয় পতাকাবিহীন গান্ধীমণ্ডপ। জাতীয় পতাকা নাই, উকা হৈয়েই থিয় হৈ ৰৈছে পতাকা দণ্ড। গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত ২০১৮বৰ্ষৰ ২ অক্টোবৰত প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে তৈয়াৰ কৰি উলিওৱা হৈছিল গান্ধীমণ্ডপৰ…

পুনৰ ৰঙাঘৰৰ আলহী হ’ল চৰকাৰী বিষয়া

পুনৰ ৰঙাঘৰৰ আলহী হ'ল চৰকাৰী বিষয়া। চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া অমৃত গগৈক ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ। সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চৰকাৰী বিষয়া অমৃত গগৈক। চাকৰিৰ প্ৰলোভনেৰে বিভিন্নজনৰ পৰা লাখ লাখ টকা…

ভাৰতীয় ডাক টিকতত সংযোজিত হ’ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি

মৰিগাঁৱৰ বাবে এক সুখবৰ ভাৰতীয় ডাক টিকতত সংযোজিত হ'ল মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি। আজাদী কি অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলাৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ছবি ভাৰতীয় ডাক টিকটত স্থান লাভ কৰে। ১৯৩৮ চনতে স্থাপন হোৱা বঘৰা…

মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী বিহ গছৰ গুটি।উচ্চতম ন্যায়ালয়ত শিৱ সেনাৰ থাক্কৰে গোটৰ অভিযোগ।

মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী বিহ গছৰ গুটি।উচ্চতম ন্যায়ালয়ত শিৱ সেনাৰ থাক্কৰে গোটৰ অভিযোগ। শিৱ সেনাৰ নেতৃত্বত কোন থাকিব ঠিৰাং কৰিবলৈ ৮ আগষ্টৰ ভিতৰত প্ৰামাণিক তথ্য দাখিলৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ।

বিশ্ববিখ্যাত ৭৫ সংখ্যক লোকাৰ্নো ফিল্ম ফেষ্টিভেললৈ আমন্ত্ৰিত অসমৰ মুকুল হালৈ।

বিশ্ববিখ্যাত ৭৫ সংখ্যক লোকাৰ্নো ফিল্ম ফেষ্টিভেললৈ আমন্ত্ৰিত অসমৰ মুকুল হালৈ। লোকাৰ্নো ফিল্মমেকাৰ্ছ একাডেমীত ১০দিনীয়া কাৰ্যসূচীত ভাগ লোৱাৰ লগতে মুকুলৰ ‘ঘৰমুৱা’ ছবিখনৰো আনুষ্ঠানিক প্ৰদৰ্শনী হ’ব ফেষ্টিভেলত। মুকুললৈ অভিনন্দন।

অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান।

অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা স্বাধীনতা সংগ্ৰামী যতীন গোস্বামীৰ দেহাৱসান।বুধবাৰে পুৱা নৱগ্ৰহৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট লিপিবিদজনে।

বিষাক্ত সুৰাৰ কবলত গুজৰাট, এতিয়ালৈ মৃত্যু ৩০ জনৰ

বিষাক্ত সুৰাই সন্ত্ৰাস চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত৷ বিষাক্ত সুৰা সেৱন কৰি এতিয়ালৈ গুজৰাটৰ বটাড জিলাৰ ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে৷অন্যহাতে ৫১ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত৷ উল্লেখ্য যে,সোমবাৰে পূৱা জিলাখনৰ চৰকাৰী…