ত্ৰিৰংগা বিহীন গান্ধীমণ্ডপ

Share This Article

আজাদী কা অমৃত মহোৎসৱৰ প্ৰাকক্ষণত জাতীয় পতাকাবিহীন গান্ধীমণ্ডপ। জাতীয় পতাকা নাই, উকা হৈয়েই থিয় হৈ ৰৈছে পতাকা দণ্ড। গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত ২০১৮বৰ্ষৰ ২ অক্টোবৰত প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে তৈয়াৰ কৰি উলিওৱা হৈছিল গান্ধীমণ্ডপৰ জাতীয় পতাকা। সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উত্তোলন কৰিছিল গান্ধী মণ্ডপৰ দেশৰ দ্বিতীয় সৰ্বোচ্চ উচ্চতাত থকা ত্ৰিৰংগ পতাকা। কিন্ত উত্তোলনৰ ঠিক সাতমাহৰ ভিতৰত ৪ বাৰকৈ ফাটি গৈছিল 2 কোটি ৯২ লাখ টকা ব্যয় সাপেক্ষে তৈয়াৰ কৰা ত্ৰিৰংগা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.